সমললৈ যাওক

ৰবিন ভেন পাৰ্চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰবিন ভেন পাৰ্চি

২০১৩ চনত ভেন পাৰ্চি
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামৰবিন ভেন পাৰ্চি[1]
জন্ম৬ আগষ্ট, ১৯৮৩ (৪১ বছৰ)[1]
জন্মস্থানৰোট্টাৰৰ্ডম(Rotterdam), নেডাৰ্লেণ্ডচ্‌
উচ্চতা1.83 মিটাৰ (U=ft}})[2]
খেলা স্থানষ্ট্ৰাইকাৰ
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবমানচেষ্টাৰ ইউনাইটেড
সংখ্যা২০
যুৱ কেৰিয়াৰ
১৯৯৭-১৯৯৯এক্সিলসায়ৰ
১৯৯৮-২০০১ফিয়েনৰ্ড একাডেমী
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০০১-২০০৪ফিয়েনৰ্ড61(15)
২০০৪-২০১২আৰ্চেনাল194(96)
২০১২–মাঞ্চেষ্টাৰ ইউনাইটেড59(38)
ৰাষ্ট্ৰীয় দল
২০০০নেডাৰলেণ্ডচ্ ১৭ অনূৰ্ধ্ব্ব6(0)
২০০১নেডাৰলেণ্ডচ্ ১৯ অনূৰ্ধ্ব্ব6(0)
২০০২-২০০৫নেডাৰলেণ্ডচ্ ২১ অনূৰ্ধ্ব্ব12(1)
২০০৫–নেডাৰলেণ্ডচ্‌ জাতীয় দল85(45)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 09:58, 11 May 2014 (UTC)।


‡ ৰাষ্ট্ৰীয় দলৰ কেপ আৰু গ' ল, এই তাৰিখলৈকে শুদ্ধ
13 June 2014


ৰবিন ভেন পাৰ্চি (ইংৰাজী: Robin van Persie; জন্ম ৬ আগষ্ট ১৯৮৩) হ'ল এজন প্ৰখ্যাত ডাচ্চ ফুটবলাৰ। তেওঁ এজন ষ্ট্ৰাইকাৰ হিচাপে ইংলিছ প্ৰিমিয়াৰ লীগৰ জনপ্ৰিয় ক্লাব মানচেষ্টাৰ ইউনাইটেড আৰু নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ হৈ খেলি আছে। নেডাৰলেণ্ডচ্‌ জাতীয় দলৰ অধিনায় ভেন পাৰ্চি হৈছে ডাচ্চ ফুটবল ক্লাব ফিয়েনৰ্ডৰ (Feyenoord) যুৱ সৃষ্টি।[3] ২০০৪ চনত তেওঁ ইংলিছ প্ৰিমিয়াৰ লীগৰ ফুটবল ক্লাব আৰ্চেনল (Arsenal)ত যোগদান কৰে। ২০১১ চনৰ ১৬ আগষ্টত তেওঁ ক্লাবটোৰ অধিনায়ক হয় আৰু ইয়াৰ এবছৰ পিছত মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে।[4][5] তেওঁৰ খেলৰ ধৰণ আৰু প্ৰতিভালৈ চায় তেওঁক মহান ডাচ্চ খেলুৱৈ মাৰ্কো ভান বাষ্টনৰ (Marco van Basten) লগত তুলনা কৰা হয়।[6][7]

পাৰ্চিৰ মাক-দেউতাক দুয়ো শিল্পী আছিল আৰু সেয়ে তেওঁলোকে পুত্ৰকো শিল্পী হোৱাতো বিচাৰিছিল;[8] কিন্তু ফুটবলৰ প্ৰতি আগ্ৰহী পাৰ্চিয়ে এক্সিলচায়ৰৰ যুৱ বাহিনীত যোগদান কৰে। আন এটা গৃহ চহৰত থকা ক্লাব ফিয়েনৰ্ডত যোগদান কৰি তেওঁ তিনিটা চিজন সেই ক্লাবত কটায় ২০০২ চনত উয়েফা কাপ (UEFA Cup) হস্তগত কৰে।[9] ২০০১-০২ বৰ্ষত পাৰ্চিক ডাচ্চ ফুটবলাৰ অৱ দা ইয়াৰ (Dutch Football Talent of the Year) হিচাপে সন্মানিত কৰা হয়। ক্লাবৰ এটা সালসলনিৰ ফলত ক্লাবৰ মেনেজাৰ বাৰ্ট ভান মাৰউইক্সৰ (Bert van Marwijk) লগত ঘটা মনোমালিন্যৰ ফলত ২০০৪ চনত পাৰ্চি ইংলিছ প্ৰিমিয়াৰ লীগৰ ক্লাব আৰ্চেনললৈ ২.৭৫ মিলিয়ন পাউণ্ডৰ এক চুক্তিৰ জৰিয়তে যায়।[10][11] ক্লাবৰ প্ৰথমটো চিজনত তেওঁ FA Community Shield আৰু FA Cup জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছত আৰ্চেনলত থকা আঠটা বছৰত কোনো গুৰুত্বপূৰ্ণ ট্ৰফী জিকিবলৈ সক্ষম হোৱা নাছিল। ভেন পাৰ্চিক পাঁচবাৰলৈ Premier League Player of the Month হিচাপে সন্মানিত কৰা হৈছিল। ২০১৩ চনত The Guardian নামৰ বাতৰিকাকত খনে বিশ্বৰ শ্ৰেষ্ঠ ১০০ জন খেলুৱৈৰ মাজত পাৰ্চিক ১১ নং স্থান দিছিল।[12]

ভেন পাৰ্চিয়ে ক্ৰমান্বয়ে নেডাৰলেণ্ডচ্‌ৰ অনূৰ্ধ্ব্ব ১৭, অনূৰ্ধ্ব্ব ১৯ আৰু অনূৰ্ধ্ব্ব ২১ দলক নেতৃত্ব দিছিল। ২০০৫ চনত ৰোমানিয়াৰ বিপক্ষে এখন খেলত তেওঁ জ্যেষ্ঠ জাতীয় দলত অভিষেক ঘটাইছিল। ইয়াৰ পৰৱৰ্তী খেলখনত তেওঁ জ্যেষ্ঠ জাতীয় দলৰ হৈ ফিনলেণ্ডৰ বিপক্ষে প্ৰথমটো গ'ল দিছিল আৰু ৪-০ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল। ৮৫টা কেপৰ (caps) সৈতে ৪৫টা গ'লেৰে ভেন পাৰ্চি নেডাৰলেণ্ডচ্‌ৰ এতিয়ালৈ সৰ্বকালৰ সৰ্বাধিক গ'লকৰ্তা।[13][14] তেওঁ ২০০৬,২০১০ আৰু ২০১৪ চনৰ ফিফা বিশ্বকাপৰ লগতে UEFA Euro 2008 আৰু UEFA Euro 2012 ত জাতীয় দলৰ নেতৃত্ব বহন কৰিছে।

কেৰিয়াৰ পৰিসংখ্যা

[সম্পাদনা কৰক]
11 May 2014 অনুসৰি[15]
ক্লাব চিজন লীগ কাপ লীগ কাপ ইউৰোপ অন্যান্য[16] সৰ্বমুঠ
ডিভিজন Apps গ'ল Apps গ'ল Apps গ'ল Apps গ'ল Apps গ'ল Apps গ'ল
ফিয়েনৰ্ড ২০০১-০২ Eredivisie ১০ ১৭
২০০২-০৩ ২৩ ২৮ ১৬
২০০৩-০৪ ২৮ ৩৩
সৰ্বমুঠ ৬১ ১৫ ১২ ৭৮ ২২
আৰ্চেনল ২০০৪-০৫ প্ৰিমিয়াৰ লীগ 26 5 5 3 3 1 6 1 1 0 41 10
২০০৫-০৬ 24 5 2 0 4 4 7 2 1 0 38 11
২০০৬-০৭ 22 11 1 0 0 0 8 2 31 13
২০০৭-০৮ 15 7 0 0 1 0 7 2 23 9
২০০৮-০৯ 28 11 6 4 0 0 10 5 44 20
২০০৯-১০ 16 9 0 0 0 0 3 1 19 10
২০১০-১১ 25 18 2 1 3 1 3 2 33 22
২০১১-১২ 38 30 2 2 0 0 8 5 48 37
সৰ্বমুঠ 194 96 18 10 11 6 52 20 2 0 277 132
মানচেষ্টাৰ ইউনাইটেড[17] ২০১২-১৩ প্ৰিমিয়াৰ লীগ 38 26 4 1 0 0 6 3 48 30
২০১৩-১৪ 21 12 0 0 0 0 6 4 1 2 28 18
সৰ্বমুঠ 59 38 4 1 0 0 12 7 1 2 76 48
কেৰিয়াৰ সৰ্বমুঠ ৩১৪ ১৪৯ ২৭ ১৮ ১১ ৭৬ ২৭ ৪৩১ ২০২

আন্তঃৰাষ্ট্ৰীয়

[সম্পাদনা কৰক]
Score and Result lists Netherlands' goals first[18]
গ'ল দিনাংক স্থান বিৰোধী দল স্ক'ৰ ফলাফল প্ৰতিযোগিতা
1 8 June 2005 Helsinki Olympic Stadium, Helsinki, Finland  ফিনলেণ্ড 4–0 4–0 2006 FIFA World Cup qualification
2 16 June 2006 Gottlieb-Daimler-Stadion, Stuttgart, Germany  আইভৰি ক’ষ্ট 1–0 2–1 2006 FIFA World Cup
3 16 August 2006 Lansdowne Road, Dublin, Republic of Ireland  আয়াৰলেণ্ড 4–0 4–0 Friendly
4 6 September 2006 Philips Stadion, Eindhoven, Netherlands  বেলাৰুছ 1–0 3–0 UEFA Euro 2008 qualifying
5 2–0
6 7 October 2006 Vasil Levski Stadium, Sofia, Bulgaria  বুলগেৰিয়া 1–1 1–1 UEFA Euro 2008 qualifying
7 11 October 2006 Amsterdam Arena, Amsterdam, Netherlands  আলবেনিয়া 1–0 2–1 UEFA Euro 2008 qualifying
8 13 June 2008 Stade de Suisse, Bern, Switzerland  ফ্ৰান্স 2–0 4–1 UEFA Euro 2008
9 17 June 2008 Stade de Suisse, Bern, Switzerland  ৰোমানিয়া 2–0 2–0 UEFA Euro 2008
10 20 August 2008 Lokomotiv Stadium, Moscow, Russia  ৰাছিয়া 1–0 1–1 Friendly
11 19 November 2008 Amsterdam Arena, Amsterdam, Netherlands  ছুইডেন 1–0 3–1 Friendly
12 2–0
13 28 March 2009 Amsterdam Arena, Amsterdam, Netherlands  স্কটলেণ্ড 2–0 3–0 2010 FIFA World Cup qualification
14 5 September 2009 Grolsch Veste, Enschede, Netherlands  জাপান 1–0 3–0 Friendly
15 26 May 2010 Dreisamstadion, Freiburg, Germany  মেক্সিকো 1–0 2–1 Friendly
16 2–0
17 1 June 2010 De Kuip, Rotterdam, Netherlands  ঘানা 4–1 4–1 Friendly
18 5 June 2010 Amsterdam Arena, Amsterdam, Netherlands  হাংগেৰী 1–1 6–1 Friendly
19 24 June 2010 Cape Town Stadium, Cape Town, South Africa  কেমেৰুন 1–0 2–1 2010 FIFA World Cup
20 25 March 2011 Stadium Puskás Ferenc, Budapest, Hungary  হাংগেৰী 4–0 4–0 UEFA Euro 2012 qualifying
21 29 March 2011 Amsterdam Arena, Amsterdam, Netherlands  হাংগেৰী 1–0 5–3 UEFA Euro 2012 qualifying
22 2 September 2011 Philips Stadion, Eindhoven, Netherlands  ছান মাৰিণ' 1–0 11–0 UEFA Euro 2012 qualifying
23 6–0
24 7–0
25 9–0
26 26 May 2012 Amsterdam Arena, Amsterdam, Netherlands  বুলগেৰিয়া 1–0 1–2 Friendly
27 2 June 2012 Amsterdam Arena, Amsterdam, Netherlands  উত্তৰ আয়াৰলেণ্ড 1–0 6–0 Friendly
28 3–0
29 13 June 2012 Metalist Stadium, Kharkiv, Ukraine  জাৰ্মানী 1–2 1–2 UEFA Euro 2012
30 7 September 2012 Amsterdam Arena, Amsterdam, Netherlands  তুৰস্ক 1–0 2–0 2014 FIFA World Cup qualification
31 16 October 2012 Arena Națională, Bucharest, Romania  ৰোমানিয়া 4–1 4–1 2014 FIFA World Cup qualification
32 22 March 2013 Amsterdam Arena, Amsterdam, Netherlands  এষ্ট’নিয়া 2–0 3–0 2014 FIFA World Cup qualification
33 26 March 2013 Amsterdam Arena, Amsterdam, Netherlands  ৰোমানিয়া 2–0 4–0 2014 FIFA World Cup qualification
34 3–0
35 11 June 2013 Workers Stadium, Beijing, China  চীন 1–0 2–0 Friendly
36 6 September 2013 A. Le Coq Arena, Tallinn, Estonia  এষ্ট’নিয়া 2–2 2–2 2014 FIFA World Cup qualification
37 10 September 2013 Estadi Comunal, Andorra la Vella, Andorra  আন্দৰা 1–0 2–0 2014 FIFA World Cup qualification
38 2–0
39 11 October 2013 Amsterdam Arena, Amsterdam, the Netherlands  হাংগেৰী 1–0 8–1 2014 FIFA World Cup qualification
40 4–0
41 5–1
42 17 May 2014 Amsterdam Arena, Amsterdam, the Netherlands  ইকুৱেডৰ 1–1 1–1 Friendly
43 31 May 2014 De Kuip, Rotterdam, the Netherlands  ঘানা 1–0 1–0 Friendly
44 13 June 2014 Arena Fonte Nova, Salvador, Brazil  স্পেইন 1–1 5–1 2014 FIFA World Cup
45 4–1

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Hugman, Barry J., ed (2005). The PFA Premier & Football League Players' Records 1946–2005. Queen Anne Press. পৃষ্ঠা. 627. ISBN 1-85291-665-6. 
  2. "Player Profile". premierleague.com. Archived from the original on 28 December 2011. https://web.archive.org/web/20111228153104/http://www.premierleague.com/en-gb/players/profile.overview.html/robin-van-persie। আহৰণ কৰা হৈছে: 29 May 2014. 
  3. Robin van Persie Archived 2014-07-21 at the Wayback Machine AllSportsPeople.com
  4. [1] Arsenal.com
  5. "Terms agreed for Van Persie transfer". Arsenal.com. 15 August 2012. http://www.arsenal.com/news/news-archive/terms-agreed-for-van-persie-transfer. 
  6. Rob Draper, Mail on Sunday Chief Football Writer (6 December 2009). "Van Persie can take heart from Van Basten's heroics". Mail Online (Daily Mail). Archived from the original on 8 December 2009. http://www.dailymail.co.uk/sport/football/article-1233509/Van-Persie-heart-Van-Bastens-heroics.html। আহৰণ কৰা হৈছে: 17 October 2011. 
  7. "'Van Persie's cast in Van Basten's mould'". Arsenal.com. 20 October 2009. Archived from the original on 6 January 2010. http://www.arsenal.com/news/news-archive/-van-persie-s-cast-in-van-basten-s-mould-। আহৰণ কৰা হৈছে: 6 January 2010. 
  8. Lawton, Matt (6 February 2009). "The Saturday Interview: Robin van Persie – the artist who draws the best out of Arsenal". Mail Online. http://www.dailymail.co.uk/sport/football/article-1138300/The-Saturday-Interview-Robin-Van-Persie--artist-draws-best-Arsenal.html. 
  9. 2001/02: Van Hooijdonk fires up Feyenoord UEFA.COM
  10. "Arsenal Striker Robin Van Persie Wants To Follow In Dennis Bergkamp's Foosteps And Wear Number 10 Shirt". Goal.com. 7 July 2010. Archived from the original on 9 July 2010. http://www.goal.com/en/news/1863/world-cup-2010/2010/07/07/2014740/arsenal-striker-robin-van-persie-wants-to-follow-in-dennis. 
  11. "Perfect 10? Robin van Persie to follow in Dennis Bergkamp's footsteps after William Gallas vacates famous jersey". Mail Online. 20 July 2010. Archived from the original on 23 July 2010. http://www.dailymail.co.uk/sport/football/article-1296290/Robin-van-Persie-follow-Dennis-Bergkamp-No-10-William-Gallas-vacates-jersey.html. 
  12. The 100 best footballers in the world 2013 | Guardian Football |The 100 best footballers in the world: 2013
  13. FIFA Player Statistics: Robin VAN PERSIE FIFA.com
  14. Robin Van Persie Football Profile Yahoo! Eurosport UK
  15. "Netherlands - Robin van Persie - Profile with news, career statistics and history". Soccerway. http://int.soccerway.com/players/robin-van-persie/49/matches/। আহৰণ কৰা হৈছে: 1 June 2014. 
  16. Includes other competitive competitions, including the FA Community Shield.
  17. "Robin Van Persie". StretfordEnd.co.uk. http://www.stretfordend.co.uk/playermenu/vanpersie.html। আহৰণ কৰা হৈছে: 23 February 2014. 
  18. "Robin van Persie - international matches". Soccerway. http://int.soccerway.com/players/robin-van-persie/49/matches/। আহৰণ কৰা হৈছে: 1 June 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]