ৱিকিপিডিয়া:Interface administrators
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
সংক্ষেপে এই পৃষ্ঠাখন: ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰসকল হৈছে CSS/JS/JSON পৃষ্ঠা, গেজেট, আৰু মিডিয়াৱিকি বাৰ্তা সম্পাদনা কৰাৰ সক্ষমতা থকা অতি বিশ্বাসযোগ্য সদস্যৰ গোট। |
ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ (ইংৰাজী: Interface administrators) বা ইণ্টাৰফেচ-এডমিনছ (interface-admins) সকল হৈছে সেইসকল সদস্য যিসকলে কেস্কাডিং ষ্টাইল ছীটছ্ (CSS), জাভাস্ক্ৰীপ্ত (JS), আৰু জাভাস্ক্ৰীপ্ত অৱজেক্ট নটেচন (JSON) পৃষ্ঠাসমূহ[1] আৰু মিডিয়াৱিকি নামস্থানৰ পৃষ্ঠাসমূহ সম্পাদনা কৰিব পাৰে। তেওঁলোকেই হৈছে CSS/JS পৃষ্ঠা সম্পাদনা কৰাৰ সক্ষমতা থকা একমাত্ৰ স্থানীয় সদস্য গোট।[2][3]
ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ সম্পাদনাৰ অধিকাৰ দুস্কৃতি পৰায়ণ সদস্যৰ হাতত পৰিলে ই অতি বিপদজনক হ’ব পাৰে; গতিকে ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ অধিকাৰ লাভ কৰা সদস্যসকল সুৰক্ষাৰ ক্ষেত্ৰত সচেতন হোৱা অতি প্ৰয়োজন (যেনে, শক্তিশালী আৰু অনন্য গুপ্তশব্দ চয়ন কৰা আৰু মালৱেৰ সংক্ৰমণ এৰাই চলা)। WMF কাৰ্যালয়ে সকলো ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰে দুই তৰপীয়া প্ৰমাণীকৰণ ব্যৱহাৰ কৰাতো বিচাৰে।[4]
বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ ২ জন ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ আছে। যদি আপুনি এই কামত সহায় কৰিব বিচাৰে, আপুনি ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত এটা অনুৰোধ প্ৰস্তাৱ কৰিব পাৰে। মন কৰিব যে ৱিকিপিডিয়াত গোলকীয় অধিকাৰ নীতিত কাম কৰা একে নামৰ এক গোলকীয় সদস্য গোটো আছে।
অনুৰোধ প্ৰক্ৰিয়া
[সম্পাদনা কৰক]Per community discussions, interface admin rights may only be granted to existing administrators.[5][6]
- Venue: Wikipedia:Bureaucrats' noticeboard
- Process: Admin makes a request, with a rationale, at the bureaucrats’ noticeboard, to request interface administrator access. The request will remain open for 48 hours for first-time requests. Re-admin requests, not under a cloud, will not have a waiting period. No notice at other noticeboards is required. Bureaucrats may inquire about why admins are requesting access at their discretion. Editors may discuss the applicant, but the final decision rests with the reviewing bureaucrat.
- Duration of right: Permanent by default, can be temporary if requested.[7]
অনুমতিৰ প্ৰত্যাহাৰ
[সম্পাদনা কৰক]তলত দিয়া পৰিস্থিতিত কূটনীতিজ্ঞসকলে ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ অনুমতিৰ প্ৰত্যাহাৰ কৰিব পাৰে:[7]
- শেহতীয়া দুমাহত কোনো সম্পাদনা নকৰা বা প্ৰৱেশ কৰি কৰা কোনো কাম নকৰা বা শেহতীয়া ছমাহত অনুমতিৰ ব্যৱহাৰ কৰি কোনো সম্পাদনা নকৰাৰ বাবে।
- ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰজনে ৰাইজৰ চ'ৰাত কৰা নিজা অনুৰোধত।
- ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি ঐকমতত উপনীত হ’লে (যেনে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত)।
- যিকোনো কাৰণত প্ৰশাসকৰ অধিকাৰ নাইকীয়া হ’লে।
- Arbitration Committeeৰ অনুৰোধ মৰ্মে।
বটছ
[সম্পাদনা কৰক]Any bot operator requesting access for their bot(s) must possess the user right permanently themselves.[7]
All bot operators are required to enable 2FA for their bot accounts, create a strong account password, and are strongly urged to use OAuth for maximum security. Bureaucrats, and BAG, may ask bot operators to enforce these security measures at their discretion.
টোকা
[সম্পাদনা কৰক]- ↑ Sitewide pages, such as MediaWiki:Common.js or MediaWiki:Vector.css, or the gadget pages listed on Special:Gadgets, and other user's subpages
- ↑ Any administrator can edit other pages in the MediaWiki namespace and all JSON pages.
- ↑ All registered users may edit their own personal js/css/json pages as used by Wikipedia:User scripts.
- ↑ WMF 2FA requirement as published on metawiki.
- ↑ Limited to administrators in this September 2018 RfC
- ↑ Limited to administrators in this October 2018 RfC
- ↑ 7.0 7.1 7.2 This process was approved in this RfC.