অনন্ত আচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু শিৱশিংহৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷ [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শিৱনাথ বৰ্মন (২০০৯). অনন্ত আচাৰ্য. প্ৰকাশক ডিব্ৰুগড়: বনলতা. পৃষ্ঠা. ৩.