অমিতাৰ খাদ্যগুণ
 |
| খাদ্যগুণ প্ৰতি ১০০ গ্ৰামত |
| শক্তি: ৪০ কিলোকেলৰি বা ১৬০কিলোজ’ল |
| কাৰ্বহাইড্ৰেট |
৯.১ গ্ৰাম |
| শৰ্কৰা |
৫.৯০গ্ৰাম |
| আঁহ |
১.৮গ্ৰাম |
| স্নেহ পদাৰ্থ |
০.১৪গ্ৰাম |
| মাংসসাৰ |
০.৬১গ্ৰাম |
| ভিটামিন A : ৫৫ মাইক্ৰ’গ্ৰাম |
৬% |
| বিটা কেৰটিন : ২৭৬ মাইক্ৰ’গ্ৰাম |
৩% |
| থাইমিন (ভিটামিন B1) : ০.০৪ মিগ্ৰাম |
৩% |
| ৰিবফ্লেবিন (ভিটামিন B2) : ০.০৫ মিগ্ৰাম |
৩% |
| নিয়াচিন (ভিটামিন B3) : ০.৩৩৮ মিগ্ৰাম |
২% |
| ভিটামিন B6 : ০.১ মিগ্ৰাম |
৮% |
| ভিটামিন C : ৬১.৮ মিগ্ৰাম |
১০৩% |
| কেলচিয়াম : ২৪মিগ্ৰাম |
২% |
| আইৰণ বা খনিজ লো : ০.১ মিগ্ৰাম |
১% |
| মেগনেছিয়াম : ১০মিগ্ৰাম |
৩% |
| পটেছিয়াম : ২৫৭ মিগ্ৰাম |
৫% |
| ফছফৰাছ : ৫ মিগ্ৰাম |
১% |
| ছ’ডিয়াম : ৩ মিগ্ৰাম |
0% |
অমিতা এবিধ ফলৰ নাম । ইয়াক কেচাই খাব পাৰি, তৰকাৰি ৰান্ধি খাব পাৰি, বা বিভিন্ন ধৰণে আঞ্জা ৰান্ধি খাব পাৰি । অসমীয়া সমাজত অমিতাৰ খাৰ তৰকাৰি এবিধ বহুল প্ৰচলিত খাদ্য ।