আলোক তন্তু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলোক তন্তুৰ মুঠা
এডাল TOSLINKৰ শ্ৰাব্য তৰংগ পৰিবাহী আলোক তন্তু

আলোক তন্তু বা আলোক আঁহ (ইংৰাজী: Optical Fibre) হৈছে, বিশুদ্ধ কাঁচ(চিলিকা) ৰে নিৰ্মিত মানুহৰ চুলিৰ দৰে পাতল, নমনীয়, লেহুকা আৰু স্বচ্ছ আঁহ । আলোক তন্তুৰ মূখ্য কাম হৈছে পোহৰ বা আন তৰংগৰ পৰিবহন, আলোক তন্তুক এবিধ অতি পাৰদৰ্শী তৰংগ বাহক (ৱেভ গাইড) হিচাপে ব্যৱহাৰ কৰিব পৰা যায় । [1] আলোক তন্তুৰ লগত জড়িত প্ৰায়োগিক বিজ্ঞান আৰু আভিযান্ত্ৰিক বিজ্ঞানৰ শাখাটোক "তন্তু পোহৰবিজ্ঞান" বোলা হয় । মূলতঃ তন্তু পোহৰবিজ্ঞানত যোগাযোগ মাধ্যম হিচাপে ইয়াৰ ব্যৱহাৰ হয়, ইয়াৰ যোগেদি অধিক দূৰলৈ অধিক প্ৰস্থৰ তথ্যৰ পতি (Bandwidth) (অধিক হাৰ তথ্য পৰিবহন) পঠিয়াব পাৰি । ধাতৱীয় তাঁৰৰ বিকল্প হিচাপে আলোক তন্তুৰ ব্যৱহাৰ কৰা হয়, ই যোগাযোগ ব্যৱস্থাত তথ্যৰ গুণগত মান হ্ৰাস হোৱা ৰোধ কৰে আৰু তথ্যক বিদ্যুত চুম্বকীয় সমাৰোপনৰ পৰা ৰক্ষা কৰে । তাৰোপৰি আলোক তন্তুক কোনো বিশেষ বস্তুক পোহৰোৱা কাৰ্য আৰু চিত্ৰ পৰিবহনৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়, আন ব্যৱহাৰ সমূহ হৈছে - চেঞ্চৰ, তন্তু লেজাৰ ইত্যাদি ।

আলোক তন্তু জংচন বাকচ, : ৫০/১২৫ µm OM2 আৰু ৫০/১২৫ µm OM3 তন্তু

ইতিহাস[সম্পাদনা কৰক]

প্ৰায়োগিক দিশ[সম্পাদনা কৰক]

আলোক তন্তু যোগাযোগ[সম্পাদনা কৰক]

চেঞ্চৰ[সম্পাদনা কৰক]

অন্যান্য[সম্পাদনা কৰক]

মূল নীতি[সম্পাদনা কৰক]

প্ৰতিসৰণাংক[সম্পাদনা কৰক]

পূৰ্ণ প্ৰতিফলন[সম্পাদনা কৰক]

মাল্টি ম’ড তন্তু[সম্পাদনা কৰক]

ম’ন’ ম’ড তন্তু[সম্পাদনা কৰক]

বিশেষ তন্তু[সম্পাদনা কৰক]

তথ্য হ্ৰাস/বিকৃতকৰণ প্ৰক্ৰিয়া[সম্পাদনা কৰক]

পোহৰৰ বিচ্ছুৰণ[সম্পাদনা কৰক]

UV-Vis-IR শোষণ[সম্পাদনা কৰক]

নিৰ্মাণ[সম্পাদনা কৰক]

পদাৰ্থসমূহ[সম্পাদনা কৰক]

চিলিকা[সম্পাদনা কৰক]

ফ্ল’ৰাইড[সম্পাদনা কৰক]

ফছফেট[সম্পাদনা কৰক]

কেলগ’জেনাইড[সম্পাদনা কৰক]

প্ৰক্ৰিয়া[সম্পাদনা কৰক]

লেপন[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. K. Thyagarajan, Ajoy K. Ghatak, Fiber Optic Essentials, পৃষ্ঠা 34