চুইডীয় ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | চুইডীয় ভাষা |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | sv.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
চুইডীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুইডেনৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,৯৬,৭২২ প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত চুইডীয় ৱিকিপিডিয়াৰ ২৫,৯৬,৭২২ টা প্ৰবন্ধ, ৯,২৭,০০০ গৰাকী সম্পাদক, ৬৬ গৰাকী প্ৰশাসক আৰু ০ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,৬০,৪৮,৮৪৮।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|