তুনিছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

তুনিছিয়া,আনুষ্ঠানিকভাৱে গণতন্ত্ৰ তুনিছিয়া, আফ্ৰিকাৰ আটাইতকৈ উত্তৰৰ দেশ। উত্তৰ আফ্ৰিকাৰ মাগ্ৰেব অঞ্চলৰ এটা অংশ, ইয়াৰ পশ্চিম আৰু দক্ষিণ-পশ্চিমে আলজেৰিয়া, দক্ষিণ-পূবে লিবিয়া আৰু উত্তৰ আৰু পূবে ভূমধ্য সাগৰ।