দেৱদাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেৱদাস হৈছে শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ এখন বঙালী উপন্যাস, প্ৰথমবাৰৰ বাবে ১৯১৭ চনত প্ৰকাশিত আৰু বহুবাৰ চলচ্চিত্ৰ হিচাপে অভিযোজিত।

দেৱদাস শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:

ব্যক্তি[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

  • দেৱ.ডি, ২০০৯ চনত অভয় দেউল, মাহী গিল আৰু কাল্কী কেকলাঁ অভিনীত পৰিচালক অনুৰাগ কাশ্যপৰ উপন্যাসখনৰ ওপৰত আধাৰিত আধুনিকোত্তৰ চলচ্চিত্ৰ অভিযোজন