নীলছ্ হেনৰিক্ আবেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নীলছ হেনৰিক এবেলৰ পৰা পুনঃনিৰ্দেশিত)
Niels Henrik Abel

Niels Henrik Abel
জন্ম ৫ আগষ্ট, ১৮০২
Nedstrand, Norway
মৃত্যু ৬ এপ্ৰিল, ১৮২৯ (২৬ বছৰ)
Froland, Norway
বাসস্থান Norway
জাতীয়তা Norwegian
ক্ষেত্ৰ Mathematics
শিক্ষানুষ্ঠান Royal Frederick University
জনা যায় Abel's binomial theorem
Abelian category
Abelian variety
Abelian variety of CM-type
Abel equation
Abel equation of the first kind
Abelian extension
Abel function
Abelian group
Abel's identity
Abel's inequality
Abel's irreducibility theorem
Abel–Jacobi map
Abel–Plana formula
Abel–Ruffini theorem
Abelian means
Abel's summation formula
Abelian and tauberian theorems
Abel's test
Abel's theorem
Abel transform
Abel transformation
Abelian variety
Dual abelian variety
প্ৰভাৱ Bernt Michael Holmboe
স্বাক্ষৰ

নীলছ্ হেনৰিক্ আবেল (5 আগষ্ট ১৮০২ – ৬ এপ্ৰিল ১৮২৯) এজন ন'ৰৱেগণিতজ্ঞ আছিল। অতি দুখীয়া তথা মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা সত্তেও তেওঁ গণিতশাস্ত্ৰলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। আবেল আছিল elliptic functionsৰ ক্ষেত্ৰ(ইংৰাজী:field)ত এজন ঊদ্ভাৱক(ইংৰাজী:innovator), Abelian functionsৰ আৱিস্কাৰক আৰু আধুনিক গণিতৰ কেইবাটাও শাখাৰ বিকাশত অগ্ৰদূত। বেছিভাগ কামেই তেওঁ কৰ্মজীৱনৰ ছয়-সাত বছৰত কৰা।[1] আবেলৰ বিষয়ে ফৰাছী গণিতজ্ঞ চাৰ্লছ হাৰমাইট্(ইংৰাজী:Charles Hermite)এ কৈছিল, "আবেলে গণিতজ্ঞ সকলৰ বাবে যিখিনি দি থৈ গৈছে সেইখিনি তেওঁলোকক পাঁচশ বছৰ ব্যস্ত কৰি ৰাখিবলৈ যথেষ্ট।"[1][2] আন এজন ফৰাছী গণিতজ্ঞ Adrien-Marie Legendreএ কৈছিল, "quelle tête celle du jeune Norvégien!" ("এজন যুৱ ন'ৰৱেইয়ানৰ কি যে মগজ্!").[3] গণিতজ্ঞ নীলছ্ হেনৰিক্ আবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে আবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।

Anne Marie Abel
Anne Marie Abel
Niels Henriks Abel's parents, 1809.

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 http://todayinsci.com/H/Hermite_Charles/HermiteCharles-Quotations.htm
  2. http://www.goodquotes.com/quote/charles-hermite/abel-has-left-mathematicians-enough-to
  3. "আৰ্কাইভ কপি". Archived from the original on 2015-05-09. https://web.archive.org/web/20150509021440/http://math2033.uark.edu/wiki/index.php/Niels_Abel। আহৰণ কৰা হৈছে: 2013-12-14.