পৰ্ব (জীৱবিদ্যা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জীৱজগতৰ বৰ্গীকৰণ তালিকা।

জীৱবিজ্ঞানত, পৰ্ব (phylum,/ˈfləm/;বহুবচন: phyla), বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে (International Botanical Congress) পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ (division) পদটো ব্যৱহাৰ কৰা হয়।[1]

তালিকা[সম্পাদনা কৰক]

প্ৰাণীজগতৰ পৰ্বসমূহ[সম্পাদনা কৰক]

পৰ্ব অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট প্ৰজাতিৰ বিৱৰণ
Acanthocephala কাঁইটিয়া মূৰযুক্ত কৃমি কাঁইটিয়া মূৰযুক্ত কৃমি কেইবাশাৰীও হাকুটাযুক্ত কাঁইটেৰে প্ৰতিবৰ্তী শোষক (proboscis) থাকে প্ৰায় ৭৫৬
Acoelomorpha খাদ্যনলীবিহিন Acoels মুখ বা খাদ্যনলী নাথাকে
Annelida সৰু আঙুঠি বলয়ী প্ৰাণী দেহটো বলয়েৰে গঠিত ১৭,০০০+ বিদ্যমান
Arthropoda সন্ধিযুক্ত ভৰি সন্ধিপদী প্ৰাণী কাইটিনৰ (Chitin) বহিঃকংকালেৰে (exoskeleton) গঠিত দেহ আৰু ভৰিবোৰ সন্ধিযুক্ত ১১,৩৪,০০০+
Brachiopoda Arm foot খোলা ধাৰী Lophophore and pedicle ৩০০-৫০০ বিদ্যমান
Bryozoa মছ সদৃশ প্ৰাণী মছ সদৃশ প্ৰাণী, সাগৰীয় দলিচা Lophophore, no pedicle, ciliated tentacles, anus outside ring of cilia ৫,০০০ বিদ্যমান
Chaetognatha দীঘল কেশৰৰ পাৰি (jaw) শৰ কৃমি মূৰ আৰু পশ্চাৎ অংশত কাইটিনেৰে গঠিত কাঁইট থাকে প্ৰায় ১০০ বিদ্যমান
Chordata মেৰুদণ্ডী মেৰুদণ্ডী প্ৰাণী ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, পৃষ্ঠৰজ্জু থাকে প্ৰায় ১,০০,০০০+
Cnidaria শুংযুক্ত গছ (nettle) Coelenterates শুংযুক্ত কোষ (stinging cells) প্ৰায় ১১,০০০
Ctenophora ফণিধাৰী ফণি জেলী সংযুক্ত চিলিয়াৰ ফণিৰ দাঁত-সদৃশ আঠটা শাৰী থাকে প্ৰায় ১০০ বিদ্যমান
Cycliophora Wheel carrying Symbion চিলিয়া (cilia) যুক্ত ঘূৰণীয়া মুখ, থলী-সদৃশ (sac-like) দেহ ৩+
Echinodermata কাঁইটীয়া চাল কণ্টকচৰ্মী Fivefold radial symmetry in living forms, mesodermal calcified spines প্ৰায় ৭,০০০ বিদ্যমান; প্ৰায় ১৩,০০০ বিলুপ্ত
Entoprocta অন্তঃ পায়ুযুক্ত পিয়লা সদৃশ প্ৰাণী চিলিয়াৰ আঙুঠিৰ ভিতৰত পায়ু থাকে প্ৰায় ১৫০
Gastrotricha Hair stomach Meiofauna দুডাল সংযুক্ত প্ৰান্তিক নলী (terminal tube) প্ৰায় ৬৯০
Gnathostomulida হনুযুক্ত মুখ Jaw worms প্ৰায় ১০০
Hemichordata অৰ্ধ ৰজ্জু Acorn worms, pterobranchs Stomochord in collar, pharyngeal slits প্ৰায় ১০০ বিদ্যমান
Kinorhyncha Motion snout Mud dragons পৃষ্ঠীয়চ্ছদা (dorsal plate)ৰ সৈতে এঘাৰটা খণ্ডত বিভক্ত প্ৰায় ১৫০
Loricifera কৱচ ধাৰী Brush heads দুই মূৰত ছাতি-সদৃশ (Umbrella-like) বাকলি থাকে প্ৰায় ১২২
Micrognathozoa সূক্ষ্ম হনুযুক্ত এক্কৰডিয়নৰ (Accordion) দৰে প্ৰসাৰণশীল বক্ষ
Mollusca কোমল কোমলদেহী পেশীযুক্ত ভৰি আৰু mantle ঘুৰনীযা কৱচ থাকে ১,১২,০০০
Nematoda সূতাৰ দৰে ঘুৰনীযা কৃমি ঘূৰণীয়া প্ৰস্থচ্ছেদ, keratin cuticle ৮০,০০০–১০,০০,০০০
Nematomorpha Thread form Horsehair worms প্ৰায় ৩০০
Nemertea A sea nymph ফিতা কৃমি প্ৰায় ১,২০০
Onychophora নখ ধাৰী Velvet worms ভৰিৰ শেষাংশত কাইটিনৰ নখ থাকে প্ৰায় ২০০ বিদ্যমান
Orthonectida পোনে পোনে সাতুৰা প্ৰজনন কোষৰ (sex cell) চাৰিওকাষে এতৰপীয়া চিলিয়াযুক্ত কোষ (ciliated cell) থাকে প্ৰায় ২০
Phoronida যীয়ুছৰ (Zeus) পত্নী Horseshoe worms খাদ্যনলী ইউ-আকৃতিৰ (U-shaped) ১১
Placozoa চেপেতা জন্তু
Platyhelminthes চেপেটা কৃমি চেপেটা কৃমি প্ৰায় ২৫,০০০
Porifera* ৰন্ধ্ৰী Sponges ছিদ্ৰ যুক্ত অভ্যন্তৰীণ বেৰ (interior wall) থাকে ৫,০০০+ বিদ্যমান
Priapulida সৰু প্ৰায়াপাছ (Priapus) ১৬
Rhombozoa Lozenge animal Single anteroposterior axial cell surrounded by ciliated cells ৭৫
Rotifera চক্ৰ ধাৰী Rotifers শৰীৰৰ অগ্ৰাংশত চিলিয়াৰ মুকুটৰ দৰে চক্ৰ থাকে প্ৰায় ২,০০০
Sipuncula সৰু নলী Peanut worms মুখখন ঘুৰাবপৰা টেণ্টাকুলে (tentacle) ঘেৰি থাকে ১৪৪–৩২০
Tardigrada লেহেমীয়া খোজ Water bears দেহ আৰু মূৰ চাৰি ভাগত বিভক্ত ১,০০০+
Xenoturbellida আচৰিত চেপেটা কৃমি চিলিয়াযুক্ত deuterostome
মুঠ: ৩৫ ২০,০০,০০০+

উদ্ভিদ জগতৰ বিভাগসমূহ[সম্পাদনা কৰক]

বিভাগ অৰ্থ সাধাৰণ নাম চাৰিত্ৰিক বৈশিষ্ট
Chlorophyta - শেলাই -
Charophyta - শেলাই -
Anthocerotophyta Anthoceros-সদৃশ উদ্ভিদ শিঙৰ দৰে শিপা শিঙাল sporophyte, সংবহন তন্ত্ৰ নাই
Bryophyta Bryum-সদৃশ উদ্ভিদ, মছ উদ্ভিদ মছ স্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই
Marchantiophyta

Hepatophyta

Marchantia-সদৃশ উদ্ভিদ,যকৃৎ উদ্ভিদ যকৃৎ শিপা অস্থায়ী শাখাহীন sporophyte, সংবহন তন্ত্ৰ নাই
Lycopodiophyta,Lycophyta Lycopodium-সদৃশ উদ্ভিদ

লাইকেন

লাইকেন Microphyll পাত, সংবহন তন্ত্ৰ
Pteridophyta Pteris-সদৃশ উদ্ভিদ, ঢেকীয়া ঢেকীয়া Prothallus gametophyte, সংবহন তন্ত্ৰ
Pinophyta,Coniferophyta Pinus-সদৃশ উদ্ভিদ

Cone-bearing plants

সৰল গছ Cones containing seeds and wood composed of tracheids
Cycadophyta চাইকাছ-সদৃশ উদ্ভিদ, palm-সদৃশ উদ্ভিদ Cycads বীজ, যৌগিক পত্ৰৰ মুকুট
Ginkgophyta Ginkgo-সদৃশ উদ্ভিদ Ginkgo, Maidenhair ফলহীন বীজ (single living species)
Gnetophyta Gnetum-সদৃশ উদ্ভিদ Gnetophytes বীজ আৰু নলীকাযুক্ত কাষ্ঠিক সংবহন তন্ত্ৰ
Magnoliophyta /

Anthophyta

সপুষ্পক উদ্ভিদ সপুষ্পক উদ্ভিদ, angiosperms ফুল আৰু ফল, নলীকাযুক্ত সংবহন তন্ত্ৰ
মুঠ: ১২

ভেঁকুৰৰ বিভাগসমূহ[সম্পাদনা কৰক]

Phylum Meaning Common name Distinguishing characteristics
Chytridiomycota Little pot mushroom Chytrids Cellulose in cell walls, flagellated gametes
Deuteromycota Second mushroom Imperfect fungi Unclassified fungi; only asexual reproduction observed no other major distinguishments
Zygomycota Yolk mushroom Zygomycetes Blend gametangia to form a zygosporangium
Glomeromycota Ball mushroom None Form arbuscular mycorrhizae with plants
Ascomycota Bag/Wineskin Mushroom Sac fungi Produce spores in an 'ascus'which is a kind of fruiting bud
Basidiomycota Basidium Mushroom Club Fungi Produce spores from a 'basidium' which is a kind of fruiting bud
Total: ৬

প্ৰটিষ্টাৰ পৰ্বসমূহ[সম্পাদনা কৰক]

বেক্টেৰিয়াৰ পৰ্ব / বিভাগসমূহ[সম্পাদনা কৰক]

বৰ্তমানে, ২৯টা আছে-

  1. Acidobacteria, phenotipically diverse and mostly uncultured
  2. Actinobacteria, High-G+C Gram positive species
  3. Aquificae, only 14 thermophilic genera, deep branching
  4. Bacteroidetes
  5. Caldiserica, formerly candidate division OP5, Caldisericum exile is the sole representative
  6. Chlamydiae, মাত্ৰ ৬টা গণ আছে
  7. Chlorobi, মাত্ৰ ৭টা গণ আছে
  8. Chloroflexi,
  9. Chrysiogenetes, মাত্ৰ ৩টা গণ আছে (Chrysiogenes arsenatis, Desulfurispira natronophila, Desulfurispirillum alkaliphilum)
  10. Cyanobacteria, নীল-সেউজ শেলাই বুলিও কোৱা হয়
  11. Deferribacteres
  12. Deinococcus-Thermus, Deinococcus radiodurans and Thermus aquaticus are "commonly known" species of this phyla
  13. Dictyoglomi
  14. Elusimicrobia, formerly candidate division Thermite Group 1
  15. Fibrobacteres
  16. Firmicutes, Low-G+C Gram positive species, such as the spore-formers Bacilli (aerobic) and Clostridia (anaerobic)
  17. Fusobacteria
  18. Gemmatimonadetes
  19. Lentisphaerae, formerly clade VadinBE97
  20. Nitrospira
  21. Planctomycetes
  22. Proteobacteria, অত্যধিক জ্ঞাত পৰ্ব, Escherichia coli বা Pseudomonas aeruginosaৰ দৰে প্ৰজাতি অন্তৰ্গত
  23. Spirochaetes, Lyme diseaseৰ কাৰক, Borrelia burgdorferi নামৰ প্ৰজাতি ইয়াৰ অন্তৰ্গত
  24. Synergistetes
  25. Tenericutes, alternatively class Mollicutes in phylum Firmicutes (notable genus: Mycoplasma)
  26. Thermodesulfobacteria
  27. Thermomicrobia
  28. Thermotogae, deep branching
  29. Verrucomicrobia

আৰ্কিয়াৰ পৰ্বসমূহ[সম্পাদনা কৰক]

  1. Crenarchaeota, আৰ্কিয়াৰ দ্বিতীয় সাধাৰণ পৰ্ব
  2. Euryarchaeota, আৰ্কিয়াৰ সাধাৰণ পৰ্ব
  3. Korarchaeota
  4. Nanoarchaeota, অতি ক্ষুদ্ৰ symbiotes
  5. Thaumarchaeota

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Phylum

প্ৰসংগ সমূহ[সম্পাদনা কৰক]

  1. Berg, Linda R. (2007-03-02). Introductory Botany: Plants, People, and the Environment (2 সম্পাদনা). Cengage Learning. পৃষ্ঠা. 15. ISBN 9780534466695. http://books.google.com/books?id=I71WWH9ZmfsC&pg=PA15। আহৰণ কৰা হৈছে: 23 July 2012.