বাৰ্তা:অসমৰ চৰ-চাপৰিবাসী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই পৃষ্ঠাখন মিঞা মানুহৰ লগত একত্ৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছে। পিছে কেনেকৈ কাম খিনি কৰিব পাৰি সেই বিষয়ে মই অজ্ঞাত। কোনোবাই বিজ্ঞলোকে মোক সহায় কৰক। ধন্যবাদ।

@হানিফ আলী: অসমৰ চৰ-চাপৰিবাসী প্ৰবন্ধত নথকা যদি কিবা তথ্য মিঞা মানুহ প্ৰবন্ধটোত আছে, তেন্তে সেইখিনি অসমৰ চৰ-চাপৰিবাসী প্ৰবন্ধত সংযোগ কৰি দিব। পাছত মিঞা মানুহ প্ৰবন্ধটো অসমৰ চৰ-চাপৰিবাসী প্ৰবন্ধলৈ redirect বা পুনঃনিৰ্দেশনা কৰি দিব লাগিব। --SlowPhoton (talk) 04:22, 8 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton: আচলতে শিৰোনামখন মিঞা মানুহ হ'ব লাগে, কাৰণ অসমৰ সকলো চৰ-চাপৰিবাসী মিঞা মানুহ কিন্তু সকলো মিঞা মানুহ চৰ-চাপৰিবাসী নহয়।
Sofiqul ৰ কথাটোত যুক্তি আছে। হয়, কিছুমান বিষয় দুয়োটা প্ৰবন্ধৰ লগত সাদৃশ্য আছে। হানিফ আলী (সদস্য) 08:45, 8 May 2020 (ইউ.টি.চি.)
@হানিফ আলী, Beingsofiqul: বেলেগে বেলেগে নাৰাখি সকলো তথ্যসম্পন্ন এটা প্ৰবন্ধ সৃষ্টি কৰিলে ভাল হ'ব। এই দুয়োটা প্ৰবন্ধৰ তথ্যবোৰ একত্ৰ কৰি এক বিশ্বকোষ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টি কৰক। চৰ-চাপৰিবাসী মিঞালোকসকলৰ লগতে অসমৰ আন ঠাইত থকা মিঞা লোকসকলৰো তথ্য সংযোগ কৰক। পৃষ্ঠাখনৰ নাম মিঞা মানুহৰ সলনি মিঞা লোক বা মিঞা জনগোষ্ঠী ৰাখিব পৰা যাব। পাছত মই পুনঃনিৰ্দেশনাবোৰ মিলাই দিম বাৰু। --SlowPhoton (talk) 09:50, 8 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton: Sir মোক দুদিন সময় দিয়ক। মিঞা মানুহ প্ৰবন্ধৰ কেইবাটাও বাক্য ইয়াত যোগ দিয়া যাব। যাৰ ফলত মিঞা মানুহ প্ৰবন্ধৰ নিচিনাই অসমৰ চৰ-চাপৰিবাসী প্ৰবন্ধত পঢ়িব পাৰিব। বিছিভাগ তথ্য একেই যেন লাগিছে। আৰু তথ্য উৎস্যবোৰো একেই। গতিকে একত্ৰিত কৰাটো মইও বিচাৰিছোঁ। হানিফ আলী (talk) 04:02, 9 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton: Sir আপুনি আপোনাৰ কাম এতিয়া কৰিব পাৰে। মই যিমান খিনি পাৰিলোঁ কৰিলো। এনেয়ে যোগ দিবলগীয়া বিশেষ একো নাছিল। সাকলো প্ৰায় একেযেন লাগিছিল। তথাপিও কিছুমান শাৰী যোগ কৰিছোঁ।
একত্ৰিত কৰিব নেলাগে। দুয়োটা বেলেগ বেলেগ প্ৰবন্ধ হ’ব পাৰে।
{{About|চৰ−অঞ্চলৰ বাসিন্দাসকল|চৰ−অঞ্চলৰ মুছলমানসকল|মিঞা মানুহ}}

এই সাঁচটো দিব লাগে। দিব্য দত্ত (বাৰ্তা) 15:02, 27 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]