বাৰ্তা:অসীম বোথ্ৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াত তথ্যৰ প্ৰয়োজন বুলি সম্পাদনা কৰা হৈছে।কিন্তু http://as.wikipedia.org/wiki/%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A6%BF%E0%A6%95_%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0_%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE ইয়াত দেখোন একো তথ্য সুত্ৰ নাই। সকলোতে নালাগে নেকি ? দ্বিজেন মহন্ত 15:06, 12 ফেব্ৰুৱাৰী 2012 (UTC)

ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰৰ ভেটি দৃঢ় কৰাৰ বাবে যিমান পাৰে ৰেফাৰেঞ্চ দিয়ক| উপৰোক্ত পৃষ্ঠাখন হয়টো ভুলবশতঃ ৰৈ গৈছিল| এতিয়া পুনৰ এবাৰ চাবচোন| সকলো প্ৰবন্ধতেই উত্স দিয়া অত্যন্ত প্ৰয়োজন| গতিকে ৰেফাৰেঞ্চ দিয়াত কৃপনালি নকৰিব দেই|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:29, 12 ফেব্ৰুৱাৰী 2012 (UTC)