বাৰ্তা:আদ্ভিত্য (চলচ্চিত্ৰ)
বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]
কি কাৰণত বিলোপন কৰিব বিছাৰিছে? পেজ ২খন আছে নেকি বাৰু? এখনৰ পৰা যে redirect হৈ গৈছে?
- শিৰোনাম ভুল হ'লে সাধাৰণতে এনে কৰা হয়। শুদ্ধ শিৰোনামলৈ উন্নীতকৰণৰে পূৰ্বৰ ভুল শিৰোনামৰ পেজখনৰ বিলোপ কৰা হয়।-Nayan j Nath (বাৰ্তা) 15:39, 16 July 2021 (ইউ.টি.চি.)