বাৰ্তা:কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শ্ৰদ্ধাৰ ৱিকি সম্পাদক আৰু সদস্যসকল, এই পৃষ্ঠাত আগৰজন উপাচাৰ্য্য ড॰ কন্দৰ্প দাস ডাঙৰীয়া দেৱৰ KKHSOUৰ পৰা নিলম্বনৰ বিষয়টো তথ্য আৰু বিদ্যায়তনিক দিশৰ পৰা তুলি ধৰাৰ সপক্ষে এই আলোচনাটি আগবঢ়োৱা হল। শেহতীয়া বাতৰি অনুসৰি মাননীয় ৰাজ্যপাল জগদীশ মুখী দেৱে আগৰজন উপাচাৰ্য্য ড॰ কন্দৰ্প দাস ডাঙৰীয়াক নিলম্বিত কৰা তথ্যটো এই পৃষ্ঠাত সন্নিবিষ্ট কৰাটো আপোনালোকে দৰকাৰী বুলি ভাৱেনে বাৰু?

বাতৰিৰ বাহ্যিক লিংকসমূহ: ছেণ্টিনেলৰ বাতৰি নৰ্থ-ইষ্ট নিউজৰ বাতৰি

Rdfcvn (বাৰ্তা) 13:37, 19 December 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]