বাৰ্তা:জৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জৱা = Hibiscus?[সম্পাদনা কৰক]

জৱা ফুল?

@দিব্য দত্ত: মই জনাত অসমীয়াত Hibiscus-ৰ নাম জৱা ফুল। এই প্ৰবন্ধত Rosa chinensis-ক জৱা ফুল বুলা হৈছে। কোনটো শুদ্ধ বাৰু? --SlowPhoton (talk) 04:18, 26 april 2019 (ইউ.টি.চি.)

@SlowPhoton:, Hibiscus rosa-sinensis হৈছে Hibiscus গণৰ অন্তৰ্গত এটা প্ৰজাতি। প্ৰবন্ধটো বানান ভুল হোৱা বাবে এনে হ’ল, শুদ্ধ কৰি দিব লাগিব। ভুলটো আঙুলিয়াই দিয়া বাবে ধন্যবাদ জনালোঁ। - দিব্য দত্ত (বাৰ্তা) 04:47, 26 april 2019 (ইউ.টি.চি.)