বাৰ্তা:ফাট বিহু

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনুগ্ৰহ কৰি আৰম্ভণিত "ফাট বিহু" কি, সেয়া লিখক । তাৰ পিছত ইতিহাস, নৃত্যশৈলী, বৰ্তমানৰ অৱস্থা আদি । ৱিকিপিডিয়াত এটা নিৰ্দিষ্ট ৰচনাশৈলীতহে প্ৰৱন্ধবোৰ লিখা উচিত । ধন্যবাদ । Gitartha.bordoloi ১৬:০৬, ১২ চেপ্তেম্বৰ ২০১১ (UTC)

ফাটবিহুৰ ওপৰত নতুন পৃষ্ঠা সৃষ্টিৰ বাবে পৰামৰ্শ বিচাৰো।[সম্পাদনা কৰক]

ঢকুৱাখনাৰ ফাটবিহুৰ সন্দৰ্ভত ঢকুৱাখনাৰ বাহিৰৰ লোকৰ অনুভৱ বা ধাৰণা একেই নহয়। ফাটবিহু ঢকুৱাখনাৰ এটা স্বকীয়া উত্সৱ যদিও বৰ্তমান ইয়াৰ গৰিমাই জগত বিয়পিবলৈ সক্ষম হৈছে। গতিকো ৱিকিপিডিয়াৰ যোগেদি ফাটবিহুৰ সম্যক আৰু তথ্যসমৃদ্ধ এটা পৃষ্ঠা প্ৰয়োজনীয়। ইতিপূৰ্বে যিটো পৃষ্ঠা আছে, সেইটোত সকলোধৰণৰ তথ্য উপলব্ধ হোৱা নাই। মই কেইদিনমানৰ ভিতৰতে সকলোবোৰ বিষয় সুকীয়াকৈ এটা পৃষ্ঠা তৈয়াৰ কৰিব খোজো। সেয়া পুৰণি পৃষ্ঠাটো সম্পুৰ্ণ সম্পাদনা কৰি কৰোনো নতুনকৈ এটা পৃষ্ঠা সংযোজন কৰি কৰো, সেই সম্পৰ্ক পৰামৰ্শ বিচাৰো। -আকাশ প্ৰিয়ম

যদিহে এই প্ৰৱন্ধৰ ফাট বিহু আৰু ঢকুৱাখানাৰ ফাট বিহু একে নহয়, তেন্তে ঢকুৱাখানাৰ ফাটবিহু নামেৰে এটা সুকীয়া প্ৰৱন্ধ লিখিব পাৰে। একে যদি এই প্ৰৱন্ধটোকে সম্পাদনা কৰা উচিত।-দিব্য দত্ত (talk) 07:44, 4 October 2015 (UTC)