বাৰ্তা:ভয়েজাৰ ১

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Voyager 1

Voyager 1, its extended booms deploying instruments (right) and RTGs (left). The golden record, included to communicate with extraterrestrials, is below the high-gain antenna.
অভিযানৰ প্ৰকাৰ বহি জগতীয়, heliosphere, and interstellar medium exploration
নিয়ন্ত্ৰক NASA / JPL
COSPAR ID 1977-084A[1]
SATCAT no. 10321[2]
ৱেবছাইট voyager.jpl.nasa.gov
অভিযানৰ সময় ৪৬ বছৰ, ৭ মাহ, আৰু ২৬ দিন elapsed
Planetary mission: 3 years, 3 months, 9 days
Interstellar mission: ৪৩ বছৰ, ৪ মাহ, আৰু ১৭ দিন elapsed (continuing)
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা Jet Propulsion Laboratory
উত্‍ক্ষেপিত ভৰ ৭২১.৯ কিলোগ্ৰাম (১,৫৯২ পাউণ্ড)
ক্ষমতা 420 watts
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ September 5, 1977, 12:56:00 (1977-09-05UTC12:56Z) UTC
ৰকেট Titan IIIE
উৎক্ষেপণ স্থলী Cape Canaveral LC-41
Flyby of Jupiter
Closest approach March 5, 1979
Distance ৩,৪৯,০০০ kilometer (2,17,000 মাইল)
Flyby of Saturn
Closest approach November 12, 1980
Distance ১,২৪,০০০ kilometer (77,000 মাইল)
 

ভয়েজাৰ-১ এখন মহাকাশ যান৷ ৫ চেপ্তম্বৰ ১৯৭৭ চনত বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ নাচাই(NASA) এই যানখন উৎক্ষেপণ কৰে৷ ইয়াৰ মুঠ ওজন ৭২২ কিলোগ্ৰাম৷ ২৫ ডিচেম্বৰ ২০১৩ তাৰিখে ই পৃথিৱীৰ পৰা ১.৯০২×১০১০ কিলোমিটাৰ দূৰত অৱস্তিত, আৰু মানৱনিৰ্মিত বস্তুৰ ভিতৰত সবাতোততকৈ দূৰৈৰ৷

নাচাই ১২ চেপ্তেম্বৰ ২০১৩ তাৰিখে ইয়াক সৌৰজগতৰ সীমা অতিক্ৰম কৰা বুলি ঘোষণা কৰে৷ Operating for ৪৬ বছৰ, ৭ মাহ, আৰু ২৬ দিন ৷ বৰ্তমানলৈকে এই মহাকাশ যানে 'Deep Space Network' ৰ সৈতে যোগাযোগ বৰ্ত্তাই ৰাখি কাৰ্য্য সম্পাদন কৰে৷ ২০১৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখত পৃথিৱীৰ পৰা প্ৰায় 127.14 জ্যোতিৰ্বিদ্যাৰ একক (1.902×1010 km) দুৰত্বত থকা এই মহাকাশ যান খন মানুহৰ দ্বাৰা নিৰ্মিত আটাইতকৈ দুৰত্বত থকা যান হিচাপে পৰিগণিত হৈছে৷[3][4][5]

১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শণি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত ২০ নবেম্বৰ ১৯৮০ চনত ইয়াৰ মূখ্য অভিযান সমাপ্ত পৰে৷ বৃহস্পতি আৰু শণি গ্ৰহ আৰু সিহঁতৰ উপগ্ৰহসমূহৰ বিতং চিত্ৰ গ্ৰহণ কৰা ইয়েই প্ৰথম সংবেদক৷ ভগ্নীযান ভয়েজাৰ-২ৰ দৰে ইয়াৰো সম্প্ৰসাৰিত আভিযানত সৌৰজগতৰ সীমা চিনাক্তকৰণ, সীমান্তৱৰ্তী অঞ্চলৰ অধ্যয়ন আৰু অৱশেষত আন্তঃতাৰকাপুঞ্জ অধ্যয়ন আদিও আছে৷

  1. "Voyager 1". NSSDC Master Catalog. NASA/NSSDC. http://nssdc.gsfc.nasa.gov/nmc/spacecraftOrbit.do?id=1977-084A। আহৰণ কৰা হৈছে: August 21, 2013. 
  2. "VOYAGER 1". N2YO. http://www.n2yo.com/satellite/?s=10321। আহৰণ কৰা হৈছে: August 21, 2013. 
  3. Peat, Chris (September 9, 2012). "Spacecraft escaping the Solar System". Heavens-Above. http://www.heavens-above.com/SolarEscape.aspx। আহৰণ কৰা হৈছে: September 9, 2012. 
  4. Voyager 1, Where are the Voyagers – NASA Voyager 1
  5. http://www.theguardian.com/science/across-the-universe/2013/sep/13/voyager-1-solar-system-great-explorers