বাৰ্তা:মণিৰাম দেৱান (চলচ্চিত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


মুক্তিৰ চন[সম্পাদনা কৰক]

এই উত্‍স অনুসৰি মণিৰাম দেৱান চিনেমাখন ১৯৬৩ চনত মুক্তি পাইছিল| প্ৰবন্ধটোৰ উদ্ধৃতি পৰিস্কাৰ কৰিব খোজোতেই খেলিমেলি পালো| আলোচনা বাঞ্চনীয়| বিষ্ণু শইকীয়া 18:04, 27 নৱেম্বৰ 2012 (UTC)