বাৰ্তা:ময়ুৰী (দুৰ্যোধনৰ পত্নী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভানুমতী আৰু ময়ুৰী[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ ভানুমতী প্ৰবন্ধৰ মতে ভানুমতী আৰু ময়ুৰী একেগৰাকী ব্যক্তিৰে দুটা নাম। আনহাতে এই প্ৰবন্ধটোৰ মতে ভানুমতী আৰু ময়ুৰী দুয়োগৰাকী সুকীয়া সুকীয়া ব্যক্তি। কিন্তু ইয়াৰ সমৰ্থনত কোনো তথ্যসুত্ৰ দিয়া হোৱা নাই। ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী G1, A1, A3, A10-ৰ আধাৰত প্ৰবন্ধটোৰ বিলোপনৰ প্ৰস্তাৱ আগবঢ়াব পৰা গ'লহেঁতেন যদিও সদ্যহতে ভানুমতী (দুৰ্যোধনৰ পত্নী)লৈ পুনঃনিৰ্দেশৰহে প্ৰস্তাৱ দিয়া হৈছে। অন্য সদস্যসকলৰ মতামত আশা কৰা হ'ল। বাবুল বৈশ্য (বাৰ্তা) 16:56, 8 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

পুনঃনিৰ্দেশ কৰিব লাগে। দিব্য দত্ত (বাৰ্তা) 04:22, 9 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]