বাৰ্তা:সত্যৰঞ্জন বৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উল্লেখযোগ্যতা[সম্পাদনা কৰক]

জীৱনীমূলক প্ৰবন্ধৰ ক্ষেত্ৰত ৱিকিপিডিয়াই কিছুমান মানদণ্ড ধৰি দিছে। মোৰ দৃষ্টিত সত্যৰঞ্জন বৰাৰ বিষয়ে ৱিকিত প্ৰবন্ধ থাকিব নালাগে। কাৰণ কেনেকুৱা ব্যক্তিৰ বিষয়ে ৱিকিত প্ৰবন্ধ থাকিব, সেই বিষয়ে ৱিকিৰ কিছুমান স্পষ্ট নীতি-নিয়ম আছে, যিবোৰ এই প্ৰবন্ধটোৰ ক্ষেত্ৰত মুঠেই প্ৰযোজ্য নহয়। সেই বিষয়ে বিশদভাবে জানিবলৈ তলত লিংকটো চাব পাৰে।@Amrit barman:
Wikipedia:Notability (people)
বাবুল বৈশ্য (talk) 15:17, 2 December 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]