বাৰ্তা:সমবাহু ত্ৰিভুজ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সমকোণীয় শব্দটোৰ ওপৰত সন্দেহ আছে ৯০° কোণটোক সমকোণ বোলাৰ কাৰণে ইয়াত সমকোণীয় শব্দটো নাখাটিবও পাৰে।

হয়, এইটো ময়ো মন নকৰা নহয়। উপযুক্ত শব্দ পালে মই শুধৰাই দিম, তুমি জানা যদিও লিখি দিবচোন। Nayan j Nath (talk) 10:12, 6 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মইও নাজানোঁ। গম পালে লিখি দিম বাৰু।
সৰ্বাংগসম শব্দটো ব্যৱহাৰ কৰিব পাৰি। দিব্য দত্ত (বাৰ্তা) 10:18, 6 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

শুধৰাই দিলোঁ, চাবচোন। সর্বাংগসম বুলিবলৈ কিছু অসুবিধা নথকা নহয়। Nayan j Nath (talk) 10:26, 6 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]