বুনিয়াদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুনিয়াদ
শৈলী ছ'প অপেৰা
লিখক মনোহৰ শ্যাম যোশী
পৰিচালক ৰমেশ চিপ্পী, জ্যোতি স্বৰূপ
অভিনয়ত আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ
শীৰ্ষ সংগীত "বুনিয়াদ", অনুপ জালোটাৰ দ্বাৰা
দেশ ভাৰত
ভাষা হিন্দী
খণ্ডৰ সংখ্যা 105
প্ৰযোজনা
প্ৰযোজক অমিত খান্না
সম্পাদক এম.এছ. সিন্ধে
চিত্ৰগ্ৰহণকাৰী কে.কে. মহাজন
সম্প্ৰচাৰ
মূল ছেনেল ডিডি নেশ্যনেল
দৃশ্যৰ ফৰমেট 480i
প্ৰদৰ্শনৰ সময় মে' ১৯৮৬ (1986-05) – মে' ১৯৮৭ (1987-05)

বুনিয়াদ (আক্ষৰিক অৰ্থ-ভেটি (Foundation)) হৈছে এখনি ভাৰতীয় ধাৰাবাহিক৷ ধাৰাবাহিকখনৰ পৰিচালক হৈছে ৰমেশ চিপ্পী আৰু[1]জ্যোতি স্বৰূপ৷ এই ধাৰাবাহিকখনৰ কাহিনী লিখিছিল মনোহৰ শ্যাম যোশী৷ কাহিনীটোৰ কেন্দ্ৰীয় বিষয় আছিল ১৯৪৭ চনৰ ভাৰত বিভাজন আৰু ইয়াৰ পৰিণতি৷[2] ১৯৮৬ চনত পোনপ্ৰথমবাৰৰ বাবে বুনিয়াদ ৰাষ্ট্ৰীয় চেনেলযোগে সম্প্ৰচাৰিত হৈছিল৷ ডিডি মেট্ৰো আৰু শ্বাহাৰা ওৱানত পুনৰ ইয়াৰ সম্প্ৰচাৰ হয়৷[3]কাহিনীটোৱে ৰেখাপাত কৰা কালছোৱা হৈছে ১৯১৬-১৯৭৮৷ ধাৰাবাহিকত আলোক নাথ, অনিতা কানৱাৰ, গোগা কাপুৰ, সুধীৰ পাণ্ডে, আশা শৰ্মা, আশা সচদেৱকে ধৰি অনেক কলাকাৰে অভিনয় কৰিছিল৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Venugopal, Vasudha (2016-07-26). "Director of hit TV drama Buniyaad, Ramesh Sippy, still not paid by Doordarshan". The Economic Times. https://economictimes.indiatimes.com/industry/media/entertainment/media/director-of-hit-tv-drama-buniyaad-ramesh-sippy-still-not-paid-by-doordarshan/articleshow/53388209.cms?from=mdr. 
  2. "'Buniyaad' set to re-create the nostalgia of partition and popularity of old-world charm". Indian Television Dot Com. 25 July 2013. https://www.indiantelevision.com/headlines/y2k13/july/july120.php. 
  3. "SaharaOne aims to tap Gen X with 'Buniyaad'". Indian Television Dot Com. 20 January 2006. https://www.indiantelevision.com/headlines/y2k6/jan/jan229.htm.