সদস্য:125.20.8.168/অভ্যাস (মনোবিজ্ঞান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অভ্যাস (মনোবৈজ্ঞানিক) হ’ল এনে ব্যৱহাৰ যাক নভবাকৈয়ে বাৰে বাৰে পুনৰাবৃত্তি কৰা হয় । অৱশ্যে ব্যক্তিজন সজাগ হৈ থাকিলে কেতিয়াবা অভ্যাসৰত ব্যৱহাৰ কৰা দেখা নাযায় । কোনো নতুন কথা বা বিদ্যা আয়ত্ত কৰিবৰ বাবে অভ্যাসেই হৈছে মূল সম্পদ । নেৰা-নেপেৰা চেষ্টা আৰু দৈনিক অভ্যাসৰ জড়িয়তে এজন ব্যক্তি কোনো বিদ্যাত পাকৈত হ’ব পাৰে । কোনো কোনো ক্ষেত্ৰত অভ্যাস ধৰাবন্ধা কাম হিচাপেও দেখা যায় ।