সদস্য:RNG225

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমস্কাৰ মই RNG225 মই অসমীয়া ৱিকিপিডিয়াত এডিটিং কৰো লগতে নতুন অসমীয়া প্ৰবন্ধ সৃষ্টি কৰোঁ যাতে মানুহে অসমীয়া ভাষাত প্ৰবন্ধ পঢ়িব পাৰে। আপুনি যদি বিচাৰে যে কোনো এটা বিষয়ত এটা প্ৰবন্ধ থাকিব লাগে তেনেহলে আপুনি মোক contact কৰিব পাৰে Email:borahjoon48@gmail.com ত। মই সেই বিষয়ত এটা প্ৰবন্ধ বনাই দিম কিন্তু তথ্য সূত্ৰৰ প্ৰয়োজন হ'ব।

মই বনোৱা প্ৰবন্ধ বোৰ[সম্পাদনা কৰক]