সদস্য বাৰ্তা:লুইত অসম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

১৯৬৫চনত তেজপুৰ কলেজৰ প্ৰতিষ্ঠা হয়।শোণিতপুৰ জিলাৰ তেজপুৰ সদৰৰ এইখন এখন প্ৰাথমিক স্নাতকোত্তৰ সহশিক্ষাৰ কলেজ।তেজপুৰ কলেজ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে।[1] শ্ৰীযুত কমল চন্দ্ৰ উপাধ্যায় এই কলেজৰ বৰ্তমানৰ(২০১৬-) অধ্যক্ষ।'অভিযাত্ৰী'হৈছে প্ৰতিটো বছৰে প্ৰকাশিত তেজপুৰ মহাবিদ্যালয়ৰ আলোচনী।

বিভাগ সমূহEdit

কলা আৰু বাণিজ্যEdit

অসমীয়া বাংলা ইংৰাজী বড়ো সংস্কৃত ইতিহাস শিক্ষা অৰ্থনীতি দৰ্শন ৰাজনীতি বিজ্ঞান হিন্দী ভূগোল বাণিজ্য।

উৎসEdit

^ "Affiliated College of Gauhati University".

বাহ্যিক লিংকEdit

http://www.tezpurcollege.com

Share your experience and feedback as a Wikimedian in this global survey[সম্পাদনা কৰক]

WMF Surveys, 18:18, 29 March 2018 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Reminder: Share your feedback in this Wikimedia survey[সম্পাদনা কৰক]

WMF Surveys, 01:17, 13 april 2018 (ইউ.টি.চি.)

Your feedback matters: Final reminder to take the global Wikimedia survey[সম্পাদনা কৰক]

WMF Surveys, 00:26, 20 april 2018 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় লুইত অসম,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.