সাঁচ বাৰ্তা:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ পৰিচালনা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

@SlowPhoton:, সাঁচটোৰ শিৰোনাম শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হ’লে ভাল হ’লহেঁতেন বোধহয়। বাবুল বৈশ্য (বাৰ্তা) 16:51, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Babulbaishya: ইংৰাজী ৱিকিৰ মতে বঁটাটোৰ নাম Best Direction হে Best Director নহয়। সেয়ে অসমীয়াত শ্ৰেষ্ঠ পৰিচালকৰ সলনি শ্ৰেষ্ঠ পৰিচালনা ৰাখিলোঁ। শ্ৰেষ্ঠ পৰিচালনা বুলিলে লিংগ নিৰপেক্ষও হয়। --SlowPhoton (talk) 04:37, 14 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@SlowPhoton:, ঠিকে আছে। বাবুল বৈশ্য (বাৰ্তা) 07:20, 14 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]