স্নেহা সোৰেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ২০২৩–২০২৪ত সোৰেন

স্নেহা সোৰেন (জন্ম ২০০১) ভাৰতৰ এগৰাকী মহিলা ভাৰোত্তোলনকাৰী।[1] অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত হোৱা ২০১৭ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত[2] তেওঁ প্ৰথম আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰাৰ লগতে ২০২৩ চনৰ নেশ্যনেল গেমছত[3] ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ বাবে ওড়িশা চৰকাৰৰ পৰা সোৰেনে একলব্য বঁটা লাভ কৰিছিল।[4][5]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বেতনোটিৰ সমীপৰ ওড়িশাৰ ময়ূৰভঞ্জৰ শিখৰঘাটত বাদা আৰু ছীতা সোৰেনৰ ঘৰত স্নেহা সোৰেনৰ জন্ম হৈছিল।

তেওঁ কৃষ্ণ চন্দ্ৰপুৰ নিউ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্ৰীৰাম চন্দ্ৰ ভঞ্জ জুনিয়ৰ কলেজ ৰগধা ময়ূৰভঞ্জৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল।

কৃষ্ণ চ্নাদ্ৰপুৰ নিউ গভৰ্ণম হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰু শ্ৰীৰাম চন্দ্ৰ ভাঞ্জ জুনিয়ৰ কলেজ ৰাগধ ময়ূৰভঞ্জৰ পৰা ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰে। তেওঁ স্নাতক ডিগ্ৰীৰ বাবে বৰ্তমান কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিত অধ্যয়ন কৰি আছে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]