ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২৩/ছেপ্টেম্বৰ মাহৰ বিশেষ অভিলেখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ছেপ্টেম্বৰ মাহত পৰম বীৰ চক্ৰ এডিটাথন শীৰ্ষক এক সম্পাদনা মেলা অনুষ্ঠিত কৰা হয়৷ ইয়াত ১৩ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ২৩টা নতুন প্ৰবন্ধৰ সৃষ্টি কৰে আৰু ২টা প্ৰবন্ধ বিস্তাৰ কৰে।