ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০২১/উল্লেখনীয় ৱিকিমিডিয়ান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উল্লেখনীয় ৱিকিমিডিয়ান

জ্যোতি প্ৰকাশ নাথ: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। বঙাইগাঁ‌ৱৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৬৩৬ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ১০। অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ লগতে ৱিকি সন্মিলন অনুষ্ঠিত কৰাত তেওঁ‌ আগবঢ়োৱা সহযোগিতাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “The Teamwork Barnstar”, "ৱিকিসন্মিলনৰ পদক", "Golden Barnstar" আদি পদকেৰে সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।