সমললৈ যাওক

হাফলং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Replacing wrong medial combinations
No edit summary
42 নং শাৰী: 42 নং শাৰী:
| area_total_km2 =
| area_total_km2 =
| elevation_footnotes =
| elevation_footnotes =
| elevation_m = 513
| elevation_m = 680
| population_total = 35906
| population_total = 35906
| population_as_of = 2012
| population_as_of = 2012
65 নং শাৰী: 65 নং শাৰী:


==ভৌগোলিক বিৱৰণ==
==ভৌগোলিক বিৱৰণ==
হাফলং ডিমা হাছাও জিলাত অৱস্থিত ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৫১৩ মিটাৰ (১৬৮৩ ফুট)৷
হাফলং ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷<ref>{{cite web |title=HAFLONG TOURISM |url=https://www.india.com/travel/haflong/}}</ref><ref>{{cite web |title=Haflong Hill Haflong |url=https://www.tourmyindia.com/states/assam/haflong-hill.html |website=Tourmyindia}}</ref>


==জলবায়ু==
==জলবায়ু==
184 নং শাৰী: 184 নং শাৰী:
| date = November 2013}}
| date = November 2013}}


==যাতায়ত ব্যৱস্থা==
==যাতায়াত ব্যৱস্থা==
হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷
হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷



08:46, 12 April 2020ৰ সংস্কৰণ

হাফলং
—  নগৰ  —
হাফলং is located in Assam
হাফলং
ভাৰতঅসমত হাফলঙৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°11′N 93°02′E / 25.18°N 93.03°E / 25.18; 93.03স্থানাংক: 25°11′N 93°02′E / 25.18°N 93.03°E / 25.18; 93.03
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
উচ্চতা ৬৮০ মিটাৰ (২,২৩০.৯৭ ফুট)
জনসংখ্যা (২০১২)
 - মুঠ ৩৫,৯০৬ জন
ভাষা
 - চৰকাৰী হাফলং হিন্দী, অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
Telephone code 03673

হাফলং (ইংৰাজী: Haflong)ভাৰতঅসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ [1] "Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷ অন্যহাতে জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷

ভৌগোলিক বিৱৰণ

হাফলং ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ পৰ্বতীয়া ষ্টেচন বা আস্থান৷ ইয়াৰ সাগৰৰ পৰা উচ্চতা প্ৰায় ৬৮০ মিটাৰ৷[2][3]

জলবায়ু

হাফলঙৰ জলবায়ু প্ৰধানত: সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু৷ ইয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৯৮০ চনৰ ৭ জানুৱাৰীত ২.৪ ডিগ্ৰীলৈ নমা বুলি জানিব পৰা যায়৷

Haflongৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.8
(83.8)
25.2
(77.4)
28.4
(83.1)
29.0
(84.2)
20.0
(68.0)
28.3
(82.9)
26.5
(79.7)
28.2
(82.8)
25.8
(78.4)
24.3
(75.7)
21.0
(69.8)
18.1
(64.6)
গড় উষ্ণতা - উচ্চ °C (°F) 13.6 16.2 20.0 21.2
(70.2)
21.2
(70.2)
21.7
(71.1)
21.9
(71.4)
22.2
(72.0)
21.7
(71.1)
20.3
(68.5)
17.6
(63.7)
14.7
(58.5)
19.36
(66.84)
গড় উষ্ণতা - নিম্ন °C (°F) 10.3
(50.5)
12.0
(53.6)
15.9
(60.6)
20.0
(68.0)
22.7
(72.9)
24.9
(76.8)
25.6
(78.1)
25.6
(78.1)
24.7
(76.5)
21.9
(71.4)
16.7
(62.1)
11.8
(53.2)
19.34
(66.82)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.7
(38.7)
4.1
(39.4)
6.3
(43.3)
12.0
(53.6)
13.2
(55.8)
15.4
(59.7)
18.4
(65.1)
18.1
(64.6)
15.7
(60.3)
10.6
(51.1)
8.3
(46.9)
5.0
(41.0)
সাঁচ:Min/12
বৰ্ষাপাত mm (ইঞ্চি) 11.9
(0.469)
18.3
(0.72)
55.8
(2.197)
147.9
(5.823)
244.2
(9.614)
316.4
(12.457)
345.4
(13.598)
264.3
(10.406)
185.9
(7.319)
91.2
(3.591)
18.7
(0.736)
7.1
(0.28)
0
(0)
% আৰ্দ্ৰতা 69 55 47 48 55 51 53 52 53 52 52 52 53.3
Avg. rainy days 1.8 2.9 5.8 13.1 17.0 19.6 22.3 18.5 15.2 7.4 2.8 1.3 127.7
সূৰ্যোদয়ৰ সময় 106.3 174.7 180.1 181.0 152.2 102.0 104.0 121.2 98.0 104.6 131.0 132.5 1,587.6
উৎস নং ১: World Meteorological Organization.,[4] NOAA (extremes & humidity, 1971-1990)[5]
উৎস নং ২: Hong Kong Observatory.[6]

যাতায়াত ব্যৱস্থা

হাফলঙলৈ পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই৷ অৱশ্যে গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল আছে৷

ভাষা

হাফলঙত প্ৰধানকৈ হাফলং হিন্দী, ডিমাছা, মাৰ আৰু বঙালী ভাষা প্ৰচলিত৷ ইয়াৰোপৰি অসমীয়া আৰু নেপালী ভাষাও ইয়াত প্ৰচলিত।

জনসংখ্যা

2012 অনুসৰি

২০১২ চনৰ লোকপিয়ল অনুসৰি হাফলঙৰ জনসংখয়া ৩৫,৯০৬ জন৷ ইয়াৰে ৪৫% পুৰুষ আৰু ৫৫% মহিলা৷ হাফলঙৰ গড় সাক্ষৰতাৰ হাৰ ৯২%৷ ইয়াৰে পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৫% আৰু মহিলাৰ ৭৫%৷

ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
ধৰ্ম শতাংশ
খ্ৰিষ্টিয়ান
  
৫৮%
হিন্দু
  
২২%
মুছলমান
  
১৫%
নাস্তিক
  
২০%
অন্যান্য
  
৫%
ধৰ্ম অনুযায়ী হাফলঙৰ জনসংখ্যা
লগতে, শিখ (0.2%), বৌদ্ধ (<0.2%)

হাফলঙৰ ১২% জনসংখ্যাৰ বয়স ছয়বছৰৰ অনুৰ্ধৰ৷ জনজাতীয় লোকসকলৰ উপৰিও হাফলঙৰ জনসংখ্যাৰ বুজন সংখ্যক অজন-জাতীয় লোকো আছে৷ তেওঁলোকৰ সৰহ সংখ্যকেই চৰকাৰী চাকৰিয়াল আৰু অন্য কিছু সংখ্যক লোক বেহা-বেপাৰৰ লগত জড়িত৷ জনজাতীয় লোকসকলৰ ভিতৰত ডিমাছা, মাৰ, নগা, কুকী, মিজো আদিয়ে প্ৰধান৷

ৰাজনীতি

হাফলং স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷

পৰ্য্যটন

হাফলঙৰ পৰ্যটনৰ বাবে উল্লেখনীয় অঞ্চলসমূহ হ'ল-

  • হাফলং হ্ৰদ
  • জাতিংগা
  • পৰম্পৰাগত গাওঁসমূহ
  • ফিয়াংপুই বাগান
  • জৰাই
  • মউলপং
  • ফিয়াংপুই (Fiangpui) গীৰ্জা

তথ্যসুত্ৰ

বাহ্যিক সংযোগ

Dima Hasao ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা