অগ্ৰগামিনী
অৱয়ব
অগ্ৰগামিনী হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ ৰচিত এখন জীৱনীমূলক উপন্যাস। উপন্যাসখন ইন্দিৰা মিৰিৰ জীৱনৰ আধাৰত ৰচিত। অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ নিজৰ কঠোৰ পৰিশ্ৰম আৰু ত্য়াগেৰে অৱদান অগবঢ়াই যোৱা মিৰিৰ জীৱন প্ৰতিগৰাকী নাৰীৰ বাবে এক আদৰ্শ।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ৰাজখোৱা, অজন্তা (জানুৱাৰী, ২০২২). ১২ অসাধাৰণ অসমীয়া নাৰী. গুৱাহাটী ফাউণ্ডেচন. পৃষ্ঠা. ৪৫-৫১.