অভিধান
অৱয়ব

'অভিধান' হৈছে কোনো এটা ভাষাৰ শব্দৰ একত্ৰ সংগ্ৰহ। অভিধান এখনৰ মাজত পদ্ধতি অনুসৰি ভাষাটোৰ মাজত ব্যৱহৃত/অব্যৱহৃত শব্দসমূহক অন্তৰ্ভুক্ত কৰি ৰখা হয়। ইয়াৰ দ্বাৰা ভাষা এটা সঠিক ৰূপত জনাত সহায় হয়।
অসমীয়া ভাষাৰ অভিধান
[সম্পাদনা কৰক]- হেমকোষ — হেমচন্দ্ৰ বৰুৱা
- চন্দ্ৰকান্ত অভিধান
- আধুনিক অসমীয়া শব্দকোষ
- আধুনিক অসমীয়া অভিধান
- অসমীয়া জাতীয় অভিধান
- শৰাইঘাট অভিধান