আধুনিক অসমীয়া শব্দকোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আধুনিক অসমীয়া শব্দকোষ
Adhunik Asamiya Sabdakosh  
লেখক শ্ৰীসুমন্ত চলিহা
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাশক বাণী মন্দিৰ
প্ৰকাশ ১৯৯১
মিডিয়া প্ৰকাৰ মুদ্ৰণ

আধুনিক অসমীয়া শব্দকোষ (ইংৰাজী: Adhunik Asamiya Sabdakosh) সুমন্ত চলিহাৰ দ্বাৰা সংকলিত অসমীয়া ভাষাৰ অভিধান। ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ১৯৯১ চনত। প্ৰকাশ কৰে বাণী মন্দিৰৰ হৈ সূৰ্যকান্ত হাজৰিকায়।

লগতে চাওক[সম্পাদনা কৰক]

  1. অসমীয়া ভাষা
  2. হেমকোষ
  3. চন্দ্ৰকান্ত অভিধান
  4. অক্সফৰ্ড ইংৰাজী অভিধান

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]