অভিৰুচি ক্ৰীড়া দিৱস
অৱয়ব
অভিৰুচি ক্ৰীড়া দিৱস | |
---|---|
প্ৰকাৰ | ৰাজ্যিক |
তাৰিখ | ৩ ছেপ্টেম্বৰ |
পৰৱৰ্তী তাৰিখ | প্ৰতি বছৰে একে তাৰিখত |
অৱধি | এদিনীয়া |
সংঘটন | বাৰ্ষিক |
অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷[1] ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷[2] এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Abhiruchi Sports Day to be celebrated on September 3 in Guwahati". ছেণ্টিনেল আছাম. ১ আগষ্ট ২০২২. https://www.sentinelassam.com/amp/north-east-india-news/local-sports/abhiruchi-sports-day-to-be-celebrated-on-september-3-in-guwahati-605285। আহৰণ কৰা হৈছে: ২ ছেপ্টেম্বৰ ২০২২.
- ↑ "অভিৰুচি ক্ৰীড়া দিৱস". শব্দ ডট অৰ্গ. http://xobdo.org/dic/%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%9A%E0%A6%BF%20%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9C%E0%A6%BE%20%E0%A6%A6%E0%A6%BF%E0%A7%B1%E0%A6%B8। আহৰণ কৰা হৈছে: ২ ছেপ্টেম্বৰ ২০২২.