অসমত দেখা পোৱা উভচৰ প্ৰাণীসমূহ
অৱয়ব
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
| অসমীয়া নাম | ইংৰাজী নাম | বৈজ্ঞানিক নাম | চিত্ৰ |
|---|---|---|---|
| চুক ভেকুলী | Common Asian Toad | Duttaphrynus melanostictus | |
| বামুণ ভেকুলা | Indian Bull Frog | Hoplobatrachus tigerinus | |
| অসমীয়া হাবি বেং | Brown backed Oriental Stream Frog | Hylarana leptoglossa | |
| ডাঙৰ দলনি বেং | Bhamo Frog | Humerana humeralis | |
| পটিয়া পাত বেং | Common Tree Frog | Polypedates leucomystaxs | |
| সেউজীয়া পাত বেং | Twin-spotted Tree Frog | Rhacophorus bipunctatus | |
| পৰুৱা পাত বেং | Ornate Narrow mouthed frog | Microhyla ornata |

