পটিয়া পাত বেং
অৱয়ব
| পটিয়া পাত বেং (Common tree frog) | |
|---|---|
| Common tree frog (female) | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Amphibia |
| বৰ্গ: | Anura |
| পৰিয়াল: | Rhacophoridae |
| গণ: | Polypedates |
| প্ৰজাতি: | P. leucomystax |
| বৈজ্ঞানিক নাম | |
| Polypedates leucomystax (Gravenhorst, 1829) | |
| সমাৰ্থক | |
|
Polypedates rugosus Duméril & Bibron, 1841 | |

পটিয়া পাত বেং (ইংৰাজী: Common tree frog, বৈজ্ঞানিক নাম-Polypedates leucomystax)'Rhacophoridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ভেকুলীৰ প্ৰজাতি৷
বিৱৰণ
[সম্পাদনা কৰক]বিতৰণ
[সম্পাদনা কৰক]পটিয়া পাত বেং ঘাইকৈ বাংলাদেশ, ব্ৰণেই, কম্বোডিয়া, চীন, ্যাৰত, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড, ভিয়েটনাম] আৰু ভূটান আদি দেশত বিস্তৃত হৈ আছে৷ শেহতীয়াকৈ এই ভেকুলীবিধক জাপানত পুনৰ সংস্থাপন কৰা হৈছে৷
বাসস্থান
[সম্পাদনা কৰক]পটিয়া পাত বেঙৰ প্ৰধান বাসস্থান হৈছে ক্ৰান্তীয় বা অৰ্ধক্ৰান্তীয় সেমেকা বনাঞ্চল, সেমেকা ঘাঁহনি, নদ-নদী, পুখুৰী, খেতি-পথাৰ আদি৷
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]প্ৰজনন
[সম্পাদনা কৰক]তথ্যসুত্ৰ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত Polypedates leucomystax সম্পৰ্কীয় মিডিয়া ফাইল।
- Diesmos, A. et al.. 2004. Polypedates leucomystax. 2006 IUCN Red List of Threatened Species. Downloaded on 23 July 2007.