অসমলৈ মুছলমান সকলৰ প্ৰবজন
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| এই প্ৰবন্ধ বা অনুচ্ছেদ অসমৰ ইতিহাস নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
#অসমলৈ_মুছলমানৰ_প্ৰব্ৰজনৰ_কিছু_ইতিহাস :-
১) খ্ৰীষ্ট্ৰিয় সপ্তম শতিকাত তুৰ্কি সম্ৰাট সেষ্টিৰ হাছানৰ চীন অভিযান শেষ হোৱাত অসমৰ মাজেদি উভতি আহোতে কিছুসংখ্যক সেনা অসমত ৰৈ যায় (তথ্য: স্বাধীন অসম আৰু ঐতিহাসিক পটভুমি ,ৰবিউল হুছেইন বৰুৱা)।
(২)১৪ শতিকাত বঙ্গৰ নবাব হুছেইন শ্বাহে কমতা ৰাজ্য জয় কৰি 15-16 বছৰ ৰাজত্ব কৰে সেই সময়ত বহু মুছলিম সমাজ গঢ়ি উঠে তাৰ প্ৰমাণ হাজোৰ পোৱা মক্কা,ৰঙা মাটিৰ পকী মছজিদ ।
(৩)আহোম যুগত আজান ফকিৰ আদি পীৰৰ হাতত শ শ স্থানীয় লোকে ইছলাম গ্ৰহণ কৰে ।
(৪)১৮২৬ খ্ৰী:ত অসম ব্ৰিটিছৰ হাতত যোৱাত ব্ৰিটিছে হাবি জংগল চাফা কৰিবৰ বাবে বহু হিন্দু, মুছলিমক বংগৰ পৰা অসমত আনে বহুতক ৫ টকীয়া ফেমেলী টিকট দিও অসমত আনিছিল ।
(৬)" ৰিছালাতুছ ছোহাদা" নামৰ ফাৰ্ছি গ্ৰন্থত (1459-74) বংগৰ নবাব ইছমাইল গাজাৰ সৈতে কামৰূপৰ ৰজা কামেশ্বৰৰ যুদ্ধ হৈছিল । যুদ্ধৰ পিছত কামেশ্বৰে ইছমাইল গাজীৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । তেওঁৰ ৰাজত্ব কালত বহুতে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ।(অসমৰ চৰ চাপৰিৰ জন জীৱনৰ ইতিবৃতি,মনছুৰ ৰহমান খান)
(৭) চুহুমুং দিহিংগীয়া ৰজাৰ সময়ত তুৰ্বকৰ নেতৃত্বত<১৫৩২-৩৩> অহা সামৰিক অভিযান পতনৰ পিছত আহোম ৰজাই যুদ্ধ বন্দীসকলক দেশৰ বিভিন্ন অঞ্চলত সংস্থাপন দিছিল ।