অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
অৱয়ব
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা | |
---|---|
লেখক | উপেন ৰাভা হাকাচাম |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | ভাষা বিষয়ক গ্ৰন্থ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷[1] গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত উপভাষা, ভাষা-উপভাষাৰ তুলনামূলক আলোচনা, অসমত সংযোগী ভাষাৰ প্ৰাসংগিকতা, অসমীয়া ভাষাৰ সমকালীন ৰূপ আদি বিষয়সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ উপেন ৰাভা হাকাচাম (২০১৪). অসমীয়া আৰু অসমৰ ভাষা-উপভাষা. জ্যোতি প্ৰকাশন.