অসমীয়া ভাষা (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া ভাষা  
লেখক ড॰ ভীমকান্ত বৰুৱা
প্ৰচ্ছদ শিল্পী দিগন্ত বিজয়
দেশ ভাৰতীয়
ভাষা অসমীয়া
বিষয় অসমীয়া ভাষা
প্ৰকাৰ ভাষা
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৯৭
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৭৭
আই.এচ.বি.এন. 81-7339-194-7

অসমীয়া ভাষা (ইংৰাজী: Axamiya Bhaxa) হৈছে লেখক, অধ্যাপক ড॰ ভীমকান্ত বৰুৱাঅসমীয়া ভাষা সম্পৰ্কে লিখা গ্ৰন্থ। গ্ৰন্থখন প্ৰথমে ১৯৯৭ চনত বনলতা প্ৰকাশনে প্ৰকাশ কৰে। ২০০৬ চনত লেখকে দ্বিতীয় সংস্কৰণত চাৰিটা নতুন লেখা সংযোগ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Baruah, Dr. Bhim Kanta (August, 2013). Axamiya Bhaxa. প্ৰকাশক Dibrugarh: Banalata. ISBN 81-7339-194-7.