যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ।[1] সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে-
দুটা বৰ্ণ লগলাগি-
ক + ক = ক্ক,
ক + স = ক্স,
ক + ষ = ক্ষ
তিনিটা বৰ্ণ লগলাগি-
ন + ধ + ৰ = ন্ধ্ৰ,
স + ত + ৰ = স্ত্ৰ,
ধ + ৰ + উ = ধ্ৰু
তলত বৰ্তমান প্ৰচলিত যুক্তাক্ষৰবোৰ দিয়া হ'ল-
ক + ক = ক্ক
ক + ট = ক্ট
ক + ত = ক্ত
ক + ম = ক্ম
ক + য় = ক্য
ক + ৰ = ক্ৰ
ক + ল = ক্ল
ক + স = ক্স
ক + ষ = ক্ষ
খ + য় = খ্য
খ + ৰ = খ্ৰ
গ + গ = গ্গ
গ + ধ = গ্ধ
গ + ন = গ্ন
গ + ম = গ্ম
গ + য় = গ্য
গ + ৰ = গ্ৰ
গ + ল = গ্ল
ঘ + ন = ঘ্ন
ঘ + ৰ = ঘ্ৰ
ঙ + ক = ঙ্ক
ঙ + খ = ঙ্খ
ঙ + গ = ঙ্গ
ঙ + ঘ = ঙ্ঘ
ঙ + ম = ঙ্ম
চ + চ = চ্চ
চ + ছ = চ্ছ
জ + জ = জ্জ
জ + ঞ = জ্ঞ
জ + ব = জ্ব
জ + য = জ্য
জ + ৰ = জ্ৰ
ঞ + চ = ঞ্চ
ঞ + ছ = ঞ্ছ
ঞ + জ = ঞ্জ
ঞ + ঝ = ঞ্ঝ
ট + ট = ট্ট
ট + ৰ = ট্ৰ
ড + ড = ড্ড
ড + ৰ = ড্ৰ
ণ + ট = ণ্ট
ণ + ঠ = ণ্ঠ
ণ + ড = ণ্ড
ণ + ঢ = ণ্ঢ
ণ + ণ = ণ্ণ
ণ + ম = ণ্ম
ত + ত = ত্ত
ত + থ = ত্থ
ত + ন = ত্ন
ত + ম = ত্ম
ত + য = ত্য
ত + ৰ = ত্ৰ
থ + য = থ্য
দ + গ = দ্গ
দ + ঘ = দ্ঘ
দ + দ = দ্দ
দ + ধ = দ্ধ
দ + ব = দ্ব
দ + ভ = দ্ভ
দ + ম = দ্ম
দ + য = দ্য
দ + ৰ = দ্ৰ
ধ + ন = ধ্ন
ধ + ম = ধ্ম
ধ + য = ধ্য
ধ + ৰ = ধ্ৰ
ন + ত = ন্ত
ন + থ = ন্থ
ন + দ = ন্দ
ন + ধ = ন্ধ
ন + ন = ন্ন
ন + ম = ন্ম
ন + য = ন্য
ন + স = ন্স
ন + ধ + ৰ = ন্ধ্ৰ
প + ত = প্ত
প + ন = প্ন
প + প = প্প
প + ল = প্ল
প + স = প্স
ফ + ল = ফ্ল
ফ + ৰ = ফ্ৰ
ব + জ = ব্জ
ব + দ = ব্দ
ব + ধ = ব্ধ
ব + ব = ব্ব
ব + য = ব্য
ব + ৰ = ব্ৰ
ব + ল = ব্ল
ভ + ৰ = ভ্ৰ
ভ + য = ভ্য
ভ + ল = ভ্ল
ম + ন = ম্ন
ম + প = ম্প
ম + ফ = ম্ফ
ম + ব = ম্ব
ম + ভ = ম্ভ
ম + ম = ম্ম
ম + য = ম্য
ম + ৰ = ম্ৰ
ম + ল = ম্ল
ল + ক = ল্ক
ল + গ = ল্গ
ল + ট = ল্ট
ল + ড = ল্ড
ল + প = ল্প
ল + ফ = ল্ফ
ল + ব = ল্ব
ল + ম = ল্ম
ল + ল = ল্ল
শ + চ = শ্চ
শ + ছ = শ্ছ
শ + ন = শ্ন
শ + ব = শ্ব
শ + ম = শ্ম
শ + য = শ্য
শ + ৰ = শ্ৰ
শ + ল = শ্ল
ষ + ক = ষ্ক
ষ + ট = ষ্ট
ষ + ঠ = ষ্ঠ
ষ + ণ = ষ্ণ
ষ + প = ষ্প
ষ + ফ = ষ্ফ
ষ + ম = ষ্ম
ষ + য = ষ্য
স + ক = স্ক
স + ত = স্ত
স + থ = স্থ
স + ন = স্ন
স + প = স্প
স + ফ = স্ফ
স + ব = স্ব
স + ম = স্ম
স + য = স্য
স + ৰ = স্ৰ
স + ল = স্ল
স + ক + ৰ = স্ক্ৰ
স + ত + ৰ = স্ত্ৰ
হ + ণ = হ্ণ
হ + ন = হ্ন
হ + ম = হ্ম
হ + য = হ্য
হ + ৰ = হ্ৰ
হ + ল = হ্ল
ক-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ক | ক্ক | মক্কা |
| ঙ + ক | ঙ্ক | অঙ্ক |
| ল + ক | ল্ক | বল্কল |
| ষ + ক | ষ্ক | পৰিষ্কাৰ |
| স + ক | স্ক | নমস্কাৰ |
| ৰ + ক | ৰ্ক | তৰ্ক |
খ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ঙ + খ | ঙ্খ | শঙ্খ |
| ৰ + খ | ৰ্খ | মূৰ্খ |
গ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ঙ + গ | ঙ্গ | অঙ্গ |
| গ + গ | গ্গ | — |
| ৰ + গ | ৰ্গ | পাৰ্গত |
ঘ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ঙ + ঘ | ঙ্ঘ | জঙ্ঘা |
| ঘ + ন | ঘ্ন | বিঘ্ন |
| ৰ + ঘ | ৰ্ঘ | অৰ্ঘ |
চ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| চ + চ | চ্চ | উচ্চ |
| ঞ + চ | ঞ্চ | পঞ্চ |
| শ + চ | শ্চ | নিশ্চয় |
| ৰ + চ | ৰ্চ | চৰ্চা |
ছ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| চ + ছ | চ্ছ | ইচ্ছা |
| ঞ + ছ | ঞ্ছ | বাঞ্ছা |
| শ + ছ | শ্ছ | শিৰশ্ছেদ |
| ৰ + ছ | ৰ্ছ | চাৰ্ছ |
জ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| জ + জ | জ্জ | সজ্জা |
| ঞ + জ | ঞ্জ | অঞ্জলি |
| ৰ + জ | ৰ্জ | অৰ্জন |
ঝ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ঞ + ঝ | ঞ্ঝ | ঝঞ্ঝা |
ঞ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| জ + ঞ | জ্ঞ | জ্ঞান |
ট-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ট | ক্ট | অক্টোবৰ |
| ট + ট | ট্ট | অট্টালিকা |
| ষ + ট | ষ্ট | কষ্ট |
| ণ + ট | ণ্ট | ঘণ্টা |
| ৰ + ট | ৰ্ট | চাৰ্ট |
ঠ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ষ + ঠ | ষ্ঠ | নিষ্ঠা |
| ণ + ঠ | ণ্ঠ | কণ্ঠ |
ড-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ড + ড | ড্ড | আড্ডা |
| ণ + ড | ণ্ড | পণ্ডিত |
| ৰ + ড | ৰ্ড | অৰ্ডাৰ |
ণ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ষ + ণ | ষ্ণ | কৃষ্ণ |
| হ + ণ | হ্ণ | |
| ৰ + ণ | ৰ্ণ | কৰ্ণ |
ত-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ত | ক্ত | শক্তি |
| ত + ত | ত্ত | উত্তৰ |
| প + ত | প্ত | সপ্তাহ |
| স + ত | স্ত | স্তৱক |
| ৰ + ত | ৰ্ত | চৰ্ত |
থ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ত + থ | ত্থ | উত্থান |
| স + থ | স্থ | স্থান |
| ৰ + থ | ৰ্থ | অৰ্থ |
দ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| দ + দ | দ্দ | উদ্দেশ্য |
| ব + দ | ব্দ | শব্দ |
| ৰ + দ | ৰ্দ | কৰ্দৈ |
ধ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| গ + ধ | গ্ধ | দগ্ধ |
| দ + ধ | দ্ধ | বুদ্ধ |
| ন + ধ | ন্ধ | অন্ধ |
| ন + ধ + ৰ | ন্ধ্ৰ | ৰন্ধ্ৰ |
| ৰ + ধ | ৰ্ধ | অৰ্ধ |
ন-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ন | ক্ন | |
| গ + ন | গ্ন | অগ্নি |
| ঘ + ন | ঘ্ন | বিঘ্ন |
| ত + ন | ত্ন | যত্ন |
| ন + ন | ন্ন | অন্ন |
| ম + ন | ম্ন | নিম্ন |
| শ + ন | শ্ন | প্ৰশ্ন |
| স + ন | স্ন | স্নাতক |
| হ + ন | হ্ন | মধ্যাহ্ন |
প-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| প + প | প্প | নিপ্প |
| ম + প | ম্প | কম্পন |
| ল + প | ল্প | গল্প |
| ষ + প | ষ্প | পুষ্প |
| স + প | স্প | স্পষ্ট |
| ৰ + প | ৰ্প | সৰ্প |
ফ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ম + ফ | ম্ফ | লম্ফ |
| ষ + ফ | ষ্ফ | নিষ্ফল |
| স + ফ | স্ফ | স্ফূৰ্তি |
| ৰ + ফ | ৰ্ফ | - |
ব-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| জ + ব | জ্ব | জ্বৰ |
| দ + ব | দ্ব | দ্বাৰ |
| ধ + ব | ধ্ব | ধ্বংস |
| ব + ব | ব্ব | আব্বা |
| ম + ব | ম্ব | লম্ব |
| শ + ব | শ্ব | অশ্ব |
| স + ব | স্ব | স্বৰ |
| ৰ + ব | ৰ্ব | অৰ্বাচীন |
ভ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| দ + ভ | দ্ভ | উদ্ভৱ |
| ম + ভ | ম্ভ | সম্ভৱ |
| ৰ + ভ | ৰ্ভ | চাৰ্ভাৰ |
ম-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ম | ক্ম | ৰুক্মিণী |
| গ + ম | গ্ম | যুগ্ম |
| ণ + ম | ণ্ম | মৃণ্ময় |
| ত + ম | ত্ম | আত্মা |
| দ + ম | দ্ম | পদ্ম |
| ন + ম | ন্ম | জন্ম |
| ম + প | ম্প | কম্পন |
| ম + ম | ম্ম | জম্মু |
| ৰ + ম | ৰ্ম | কৰ্ম |
য-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + য | ক্য | বাক্য |
| খ + য | খ্য | মুখ্য |
| গ + য | গ্য | ভাগ্য |
| চ + য | চ্য | বাচ্য |
| জ + য | জ্য | ৰাজ্য |
| ঠ + য | ঠ্য | পাঠ্যক্ৰম |
| ত + য | ত্য | সত্য |
| থ + য | থ্য | পথ্য |
| দ + য | দ্য | বিদ্যা |
| ধ + য | ধ্য | বাধ্য |
| ন + য | ন্য | ধন্য |
| প + য | প্য | প্ৰাপ্য |
| ব + য | ব্য | কাব্য |
| ভ + য | ভ্য | সভ্যতা |
| ম + য | ম্য | ৰম্য |
| শ + য | শ্য | শ্যাম |
| ষ + য | ষ্য | শিষ্য |
| স + য | স্য | শস্য |
| হ + য | হ্য | সহ্য |
| ৰ + য | ৰ্য | ধাৰ্য |
ৰ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ৰ | ক্ৰ | ক্ৰম |
| খ + ৰ | খ্ৰ | খ্ৰীষ্ট |
| গ + ৰ | গ্ৰ | গ্ৰন্থ |
| ঘ + ৰ | ঘ্ৰ | ঘ্ৰাণ |
| ট + ৰ | ট্ৰ | ট্ৰাক |
| ড + ৰ | ড্ৰ | ড্ৰাম |
| ত + ৰ | ত্ৰ | ত্ৰিশ |
| দ + ৰ | দ্ৰ | দ্ৰুত |
| ধ + ৰ | ধ্ৰ | ধ্ৰুৱ |
| প + ৰ | প্ৰ | প্ৰাণ |
| ফ + ৰ | ফ্ৰ | ফ্ৰান্স |
| ব + ৰ | ব্ৰ | ব্ৰহ্ম |
| ভ + ৰ | ভ্ৰ | ভ্ৰম |
| ম + ৰ | ম্ৰ | ম্ৰিয়মান |
| স + ৰ | স্ৰ | স্ৰোত |
| হ + ৰ | হ্ৰ | হ্ৰাস |
ল-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ল | ক্ল | ক্লান্ত |
| গ + ল | গ্ল | গ্লানি |
| প + ল | প্ল | প্লাৱন |
| ব + ল | ব্ল | ব্লক |
| ম + ল | ম্ল | অম্ল |
| শ + ল | শ্ল | শ্লোক |
| স + ল | স্ল | স্লেট |
ষ-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + ষ | ক্ষ | শিক্ষা |
| ৰ + ষ | ৰ্ষ | ঈৰ্ষা |
স-যোগ
| গঠন প্ৰক্ৰিয়া | যুক্তাক্ষৰৰ ৰূপ | উদাহৰণ |
| ক + স | ক্স | বক্স |
| ট + স | প্স | লিপ্সা |