অসমীয়া সংখ্যা পদ্ধতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমীয়া-বঙালী সংখ্যা পদ্ধতি হৈছে অসমীয়া, বঙালী, ছিলঠীয়া, মণিপুৰী আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত ব্যৱহাৰ হোৱা সংখ্যা পদ্ধতি। অসমীয়া-বঙালী সংখ্যা পদ্ধতি অসমীয়া আৰু বঙালী ভাষাত বেছিকৈ ব্যৱহাৰ হয়, কিন্তু আন ভাষাত আৰৱী সংখ্যা পদ্ধতি বেছিকৈ ব্যৱহাৰ হয়।

প্ৰাথমিক সংখ্যা[সম্পাদনা কৰক]

অসমীয়া-বঙালী সংখ্যা পদ্ধতি আৰৱী সংখ্যা পদ্ধতি বঙালী শব্দ বঙালী ৰোমানীকৰণ অসমীয়া শব্দ অসমীয়াৰ ৰোমানীকৰণ ছিলঠীয়া শব্দ ছিলঠীয়াৰ ৰোমানীকৰণ
0 শূন্য shunnô শূন্য xuinno ꠡꠥꠘ꠆ꠘ꠩ shuinno
1 এক æk এক ek ꠄꠇ ex
2 দুই dui দুই dui ꠖꠥꠁ dui
3 তিন tin তিনি tini ꠔꠤꠘ tin
4 চার char চাৰি sari ꠌꠣꠁꠞ sair
5 পাঁচ pãch পাঁচ pans ꠙꠣꠌ fas
6 ছয় chhôy ছয় soy ꠍꠄ soe
7 সাত shat সাত xat ꠡꠣꠔ shat
8 আট at আঠ ath ꠀꠐ at
9 নয় nôy no ꠘꠄ noe

বিস্তৃত সংখ্যা[সম্পাদনা কৰক]

অসমীয়া-বঙালী সংখ্যা পদ্ধতি আৰৱী সংখ্যা পদ্ধতি বঙালী শব্দ বঙালীৰ ৰোমানীকৰণ অসমীয়া শব্দ অসমীয়াৰ ৰোমানীকৰণ ছিলঠীয়া শব্দ ছিলঠীয়াৰ ৰোমানীকৰণ
১০ 10 দশ dôsh দহ dôh ꠖꠡ dosh
১১ 11 এগার ægarô এঘাৰ egharô ꠄꠊꠣꠞ꠩ egaro
১২ 12 বারো baro বাৰ baro ꠛꠣꠞ꠩ baro
১৩ 13 তের tero তেৰ tero ꠔꠦꠞ꠩ tero
১৪ 14 চৌদ্দ choddo চৈধ্য soidhdho ꠌꠃꠖ꠆ꠖ꠩ souddo
২০ 20 কুড়ি (বিশ) kuri (bish) বিছ bis ꠛꠤꠡ bish
২১ 21 একুশ ækush একৈছ ekois ꠄꠇꠥꠁꠡ ekuish
৩০ 30 ত্রিশ (তিরিশ) trish ত্ৰিছ tris ꠔꠤꠡ tish
৪০ 40 চল্লিশ chôllish চল্লিছ sollis ꠍꠟꠟꠤꠡ sollish
৫০ 50 পঞ্চাশ pônchash পঞ্চাছ ponsas ꠙꠂꠘꠌꠣꠡ foinchash
৬০ 60 ষাট shaṭ ষাঠি xathi ꠡꠣꠁꠐ shait
৭০ 70 সত্তর shôttôr সত্তৰ xottor ꠡꠔꠔꠂꠞ shottoir
৮০ 80 আশি ashi আশী axi ꠀꠡꠤ ashi
৯০ 90 নব্বই nôbbôi নব্বৈ nobboi ꠘꠛꠛꠂ nobboi
১০০ 100 শত (একশ) shôtô এশ/শ exo/xo ꠄꠇꠡ exsho
১০০০ 1,000 হাজার (সহস্র) hajar (shôhôshrô) এহেজাৰ/হাজাৰ ehezar/hazar ꠢꠣꠎꠣꠝ hazar
১০,০০০ 10,000 দশ হাজার dôsh hajar দহ হাজাৰ doh hazar ꠖꠡ ꠢꠣꠎꠣꠞ dosh hazar
১,০০,০০০ 100,000 লক্ষ (লাখ) lôkkhô (lakh) লাখ lakh ꠟꠣꠈ lax
১০,০০,০০০ 1,000,000 দশ লক্ষ dôsh lôkkhô দহ লাখ / নিযুত doh lakh / nizut ꠖꠡ ꠟꠣꠈ dosh lax
১,০০,০০,০০০ 10,000,000 কোটি koti এক কোটি/কোটি ek kúti/kúti ꠇꠥꠐꠤ kuti
১০,০০,০০,০০০ 100,000,000 দশ কোটি dôsh koti দহ কোটি doh kúti ꠖꠡ ꠇꠥꠐꠤ dosh kuti