অসমৰ নদ-নদী (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ নদ-নদী  
লেখক যোগেন্দ্ৰ নাথ শৰ্মা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ গৱেষণাধৰ্মী প্ৰবন্ধ সংকলন
প্ৰকাশ ১৯৯২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অসমৰ নদ-নদী গ্ৰন্থখনৰ লেখক যোগেন্দ্ৰ নাথ শৰ্মা৷ গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৯২ চনত৷ পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ সহযোগত কিৰণ প্ৰকাশনৰ দ্বাৰা দ্বিতীয় সংস্কৰণ প্ৰকাশ হয়৷[1] গ্ৰন্থখনত অসমৰ নদ-নদীসমূহৰ উৎপত্তি, ইয়াৰ গতিপথ, নদীসমূহৰ সৈতে জড়িত পৌৰাণিক আখ্যান, নদীসমূহৰ বৈশিষ্ট্য, ইয়াৰ নামকৰণ, সুঁতি পৰিৱৰ্তন আদি বিষয়সমূহৰ লগতে বিজ্ঞানসন্মতভাৱে ইয়াৰ পানী বহনৰ ক্ষমতা, গেদ পৰিৱৰ্তনৰ ক্ষমতা আদি বিষয়সমূহো বৰ্ণনা কৰা হৈছে৷ অসমৰ নদ-নদী সম্পৰ্কীয় বিজ্ঞানসন্মত আলোচনাৰ ক্ষেত্ৰত এই গ্ৰন্থখনেই প্ৰথম লেখত ল’বলগীয়া গ্ৰন্থ৷

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. যোগেন্দ্ৰনাথ শৰ্মা (২০০৮). অসমৰ নদ-নদী. প্ৰকাশক ধেমাজি: কিৰণ প্ৰকাশন. পৃষ্ঠা. আগকথা. 

লগতে চাওক[সম্পাদনা কৰক]

  1. যোগেন্দ্ৰ নাথ শৰ্মা