সমললৈ যাওক

অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কাৰ্যক্ষম প্ৰকল্পসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নংনামপৰিচালকএলেকাজিলাখণ্ডগোট(ইউনিট) সমূহ
(গোটৰ-সংখ্যা)×(মেগাৱাট)
ক্ষমতা
(মেগাৱাট)
লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)মাইবেলাশিৱসাগৰৰাজহুৱা৪ × ১৫ , ৩ × ২০ , ১ × ৩৭.২১৫৭.২
নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)নামৰূপডিব্ৰুগড়ৰাজহুৱা১ × ২০ , ২ × ২১ , ১ × ১১ , ১ × ২৪ , ১ × ১৪১১১
কাৰ্বি লাংপি জল বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)আমট্ৰেংকাৰ্বি আংলংৰাজহুৱা২ × ৫০১০০
কপিলী জল বিদ্যুৎ কেন্দ্ৰনীপকোউমৰাংচুডিমা হাছাওৰাজহুৱা২৭৫
কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰনীপকোডিব্ৰুগড়ৰাজহুৱা৬ × ৩৩.৫, ৩ × ৩০[1]২৯১
বঙাইগাঁও তাপ বিদ্যুৎ কেন্দ্ৰএন. টি. পি. চি. (পূৰ্বতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ অধীনস্থ)বঙাইগাঁওৰাজহুৱা৩ × ২৫০ (বৰ্তমান এটা ইউনিত কাৰ্যক্ষম, আন দুটা নিৰ্মীয়মান অৱস্থাত)[2]৭৫০[3]
অইল ঔদ্যোগিক এলেকা গেছ ভিত্তিক শক্তি কেন্দ্ৰঅইল ইণ্ডিয়া লিঃদুলীয়াজানডিব্ৰুগড়ৰাজহুৱা২০[4]
মিনট্ৰিয়াং ক্ষুদ্ৰ জল বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)কাৰ্বি আংলংৰাজহুৱা২ × ১.৫ (কাৰ্য্যক্ষম),৩ × ৩ , ১ × ১.৫ (নিৰ্মীয়মান) [5]১৩.৫

নিৰ্মীয়মান/প্ৰস্তাৱিত প্ৰকল্পসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নংনামপৰিচালকএলেকাজিলাখণ্ডগোট(ইউনিট) সমূহ
(গোটৰ-সংখ্যা)×(মেগাৱাট)
ক্ষমতা
(মেগাৱাট)
নামনি কপিলী জল বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)ৰাজহুৱা৯৬
মাৰ্ঘেৰিটা তাপ বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)তিনিচুকীয়াৰাজহুৱা১ × ৬৬০৬৬০[6]

বন্ধ হৈ থকা প্ৰকল্পসমূহ

[সম্পাদনা কৰক]
ক্ৰমিক নংনামপৰিচালকএলেকাজিলাখণ্ডগোট(ইউনিট) সমূহ
(গোটৰ-সংখ্যা)×(মেগাৱাট)
ক্ষমতা
(মেগাৱাট)
চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰঅসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)চন্দ্ৰপুৰ, গুৱাহাটীকামৰূপ মহানগৰৰাজহুৱা২ × ৩০৬০[7]

চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰটি "অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)"এ ২০০৮ চনৰে পৰা ৭৪-২৬ ব্যক্তিগত-ৰাজহুৱা ভাগৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ যোগেদি উন্নয়ন কৰি পুনৰ চলাচল কৰোঁৱাবৰ বাবে চেষ্টা চলাই আহিছে যদিও এতিয়ালৈকে সেই কাম আৰম্ভ হোৱা নাই ।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অংশ)ৰ ৱেবছাইত Archived 2015-04-08 at the Wayback Machine
  2. ৰাষ্ট্ৰীয় তাপ শক্তি নিগম (এন. টি. পি. চি.)ৰ ৱেবছাইত Archived 2015-06-21 at the Wayback Machine
  3. উত্তৰ-পূৱ বিদ্যুৎ শক্তি নিগম (নীপকো)ৰ ৱেবছাইত Archived 2011-11-07 at the Wayback Machine