অসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকা
অৱয়ব
(অসমৰ বিদ্যুৎ প্ৰকল্প সমূহৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)
কাৰ্যক্ষম প্ৰকল্পসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | নাম | পৰিচালক | এলেকা | জিলা | খণ্ড | গোট(ইউনিট) সমূহ (গোটৰ-সংখ্যা)×(মেগাৱাট) |
ক্ষমতা (মেগাৱাট) |
---|---|---|---|---|---|---|---|
১ | লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | মাইবেলা | শিৱসাগৰ | ৰাজহুৱা | ৪ × ১৫ , ৩ × ২০ , ১ × ৩৭.২ | ১৫৭.২ |
২ | নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | নামৰূপ | ডিব্ৰুগড় | ৰাজহুৱা | ১ × ২০ , ২ × ২১ , ১ × ১১ , ১ × ২৪ , ১ × ১৪ | ১১১ |
৩ | কাৰ্বি লাংপি জল বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | আমট্ৰেং | কাৰ্বি আংলং | ৰাজহুৱা | ২ × ৫০ | ১০০ |
৪ | কপিলী জল বিদ্যুৎ কেন্দ্ৰ | নীপকো | উমৰাংচু | ডিমা হাছাও | ৰাজহুৱা | ২৭৫ | |
৫ | কঠালগুৰি তাপ বিদ্যুৎ কেন্দ্ৰ | নীপকো | ডিব্ৰুগড় | ৰাজহুৱা | ৬ × ৩৩.৫, ৩ × ৩০[1] | ২৯১ | |
৬ | বঙাইগাঁও তাপ বিদ্যুৎ কেন্দ্ৰ | এন. টি. পি. চি. (পূৰ্বতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ অধীনস্থ) | বঙাইগাঁও | ৰাজহুৱা | ৩ × ২৫০ (বৰ্তমান এটা ইউনিত কাৰ্যক্ষম, আন দুটা নিৰ্মীয়মান অৱস্থাত)[2] | ৭৫০[3] | |
৭ | অইল ঔদ্যোগিক এলেকা গেছ ভিত্তিক শক্তি কেন্দ্ৰ | অইল ইণ্ডিয়া লিঃ | দুলীয়াজান | ডিব্ৰুগড় | ৰাজহুৱা | ২০[4] | |
৮ | মিনট্ৰিয়াং ক্ষুদ্ৰ জল বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | কাৰ্বি আংলং | ৰাজহুৱা | ২ × ১.৫ (কাৰ্য্যক্ষম),৩ × ৩ , ১ × ১.৫ (নিৰ্মীয়মান) [5] | ১৩.৫ |
নিৰ্মীয়মান/প্ৰস্তাৱিত প্ৰকল্পসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | নাম | পৰিচালক | এলেকা | জিলা | খণ্ড | গোট(ইউনিট) সমূহ (গোটৰ-সংখ্যা)×(মেগাৱাট) |
ক্ষমতা (মেগাৱাট) |
---|---|---|---|---|---|---|---|
১ | নামনি কপিলী জল বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | ৰাজহুৱা | ৯৬ | |||
২ | মাৰ্ঘেৰিটা তাপ বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | তিনিচুকীয়া | ৰাজহুৱা | ১ × ৬৬০ | ৬৬০[6] |
বন্ধ হৈ থকা প্ৰকল্পসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | নাম | পৰিচালক | এলেকা | জিলা | খণ্ড | গোট(ইউনিট) সমূহ (গোটৰ-সংখ্যা)×(মেগাৱাট) |
ক্ষমতা (মেগাৱাট) |
---|---|---|---|---|---|---|---|
১ | চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ | অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ) | চন্দ্ৰপুৰ, গুৱাহাটী | কামৰূপ মহানগৰ | ৰাজহুৱা | ২ × ৩০ | ৬০[7] |
টোকা
[সম্পাদনা কৰক]চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰটি "অসম শক্তি উৎপাদন নিগম লিমিটেড (পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ)"এ ২০০৮ চনৰে পৰা ৭৪-২৬ ব্যক্তিগত-ৰাজহুৱা ভাগৰ ভিত্তিত ব্যক্তিগত খণ্ডৰ যোগেদি উন্নয়ন কৰি পুনৰ চলাচল কৰোঁৱাবৰ বাবে চেষ্টা চলাই আহিছে যদিও এতিয়ালৈকে সেই কাম আৰম্ভ হোৱা নাই ।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://globalenergyobservatory.org/geoid/3807
- ↑ http://www.business-standard.com/article/pti-stories/bhel-commissions-250-mw-unit-of-ntpc-s-bongaigaon-power-plant-115062300449_1.html
- ↑ http://www.pib.nic.in/release/release.asp?relid=36595
- ↑ http://economictimes.indiatimes.com/news/politics-and-nation/oils-20-mw-gas-based-power-plant-inaugurated/articleshow/46937493.cms
- ↑ "বিজুলী"-অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বাৰ্তালোচনী এপ্ৰিল ২০১৫
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-09-11. https://web.archive.org/web/20140911012854/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1014/at051। আহৰণ কৰা হৈছে: 2015-04-03.
- ↑ পৃষ্ঠা নং ১১; aerc.nic.in/APGCL-Petition%20FY%202006-07.pdf