অসম জাতীয় বিদ্যালয়
অৱয়ব
অসম জাতীয় বিদ্যালয় | |
---|---|
প্ৰতিক চিহ্ন | |
মূলমন্ত্ৰ | কৰ্ম মোৰ সংস্কৃতি |
স্থাপিত | ১ জানুৱাৰী, ১৯৯৪[1] |
ধৰণ | ব্যক্তিগত |
ধৰ্মীয় ভুক্তি | চেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ |
স্থান | নুনমাটী, অসম,, ভাৰত |
ৱেবছাইট | www.assamjatiyabidyalay.com |
অসম জাতীয় বিদ্যালয়, নুনমাটী (ইংৰাজী: Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলাৰ নুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "অসম জাতীয় বিদ্যালয়". অসম জাতীয় বিদ্যালয়. Archived from the original on 28 September 2020. https://web.archive.org/web/20200928190718/https://www.infinitecourses.com/School-Details.aspx?School=Asom-Jatiya-Vidyalaya&SchoolID=1033। আহৰণ কৰা হৈছে: 16 June 2022.