অসম জাতীয় বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসম জাতীয় বিদ্যালয়
image_size=200px
প্ৰতিক চিহ্ন
মূলমন্ত্ৰ কৰ্ম মোৰ সংস্কৃতি
স্থাপিত ১ জানুৱাৰী, ১৯৯৪[1]
ধৰণ ব্যক্তিগত
ধৰ্মীয় ভুক্তি চেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
স্থান নুনমাটী, অসম,, ভাৰত
ৱেবছাইট www.assamjatiyabidyalay.com

অসম জাতীয় বিদ্যালয়, নুনমাটী (ইংৰাজী: Assam Jatiya Bidyalaya) এখন ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। কামৰূপ জিলানুনমাটী অঞ্চলত থকা এইখন এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই বিদ্যালয়খন ১৯৯৪ চনৰ ১ জানুৱাৰী তাৰিখে ‘অসম জাতীয় বিদ্যালয় শিক্ষা আৰু আৰ্থ সামাজিক ন্যাস’ৰ দ্বাৰা স্থাপন কৰা হয়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "অসম জাতীয় বিদ্যালয়". অসম জাতীয় বিদ্যালয়. https://www.infinitecourses.com/School-Details.aspx?School=Asom-Jatiya-Vidyalaya&SchoolID=1033। আহৰণ কৰা হৈছে: 16 June 2022.