অৰ্থবিজ্ঞান
অৰ্থবিজ্ঞান বা অৰ্থতত্ত্ব (ইংৰাজী: Sementics) হৈছে ভাষাৰ অন্তৰ্গত ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থৰ তাত্ত্বিক আৰু প্ৰণালীবদ্ধ অধ্যয়ন।[1] ভাষা বিজ্ঞানৰ এই শাখাত মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অৰ্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্ৰসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়। ‘অৰ্থবিজ্ঞান’ পদটো মূলতঃ ভাষা বিজ্ঞানৰ সৈতে জড়িত যদিও দৰ্শন, আৰু কম্পিউটাৰ বিজ্ঞানকে ধৰি কেইবাটাও সুকীয়া শাখাৰ উপক্ষেত্ৰক বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ ‘Sementics’ শব্দটো গ্ৰীক ভাষাৰ শব্দ ‘σῆμα (sema, "sign, mark, token")’ৰ[2] ক্ৰীয়া ৰূপ ‘Semains’ৰ পৰা আহৰণ কৰা হৈছে। ‘Semains’ৰ অৰ্থ হৈছে - Signal (সংকেত), ‘mean’ (অৰ্থ), আৰু ‘signify’ (ধাৰণা)।

সংজ্ঞা
[সম্পাদনা কৰক]অৰ্থবিজ্ঞান হৈছে ভাষাৰ অৰ্থৰ অধ্যয়ন।[3] ই এক পদ্ধতিগত অনুসন্ধান যিয়ে ভাষিক অৰ্থ কি আৰু ই কেনেকৈ উদ্ভৱ হয় সেয়া পৰীক্ষা কৰে।[4] ইয়াত ৰূপক, শব্দ, খণ্ডবাক্য, বাক্য আৰু পাঠৰ দৰে বিভিন্ন স্তৰৰ পৰা অভিব্যক্তিসমূহ কেনেকৈ গঢ় লৈ উঠে আৰু গঠনকাৰীসমূহৰ অৰ্থই ইটোৱে সিটোক কেনেদৰে প্ৰভাৱিত কৰে, সেই বিষয়ে অনুসন্ধান কৰে।[5] অৰ্থবিজ্ঞানে সাধাৰণতে এটা নিৰ্দিষ্ট ভাষাৰ ওপৰত গুৰুত্ব দিয়ে যদিও বহল অৰ্থত ই সকলো ভাষাৰ বাবে প্ৰাসংগিক অৰ্থ গঠনৰ অনুসন্ধান কৰে।[6][টোকা 1][টোকা 2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Partee, B. (1999) Semantics Archived 2021-08-10 at the Wayback Machine in R. A. Wilson and F. C. Keil (eds.) The MIT Encyclopedia of the Cognitive Sciences Archived 2021-08-10 at the Wayback Machine, Cambridge, MA: The MIT Press. 739–742.
- ↑ Liddell & Scott (1940). A Greek–English Lexicon. প্ৰকাশক Oxford: Clarendon Press.
- ↑
- AHD Staff 2022
- Saeed 2009, পৃষ্ঠা 4
- Crimmins 1998, Lead Section
- ↑
- Saeed 2009, পৃষ্ঠা 4–5
- Crimmins 1998, Lead Section
- King 2006, পৃষ্ঠা 735
- Riemer 2010, পৃষ্ঠা 2–3
- ↑ Allan 2009, পৃষ্ঠা xi
- ↑
- Bezuidenhout 2009, পৃষ্ঠা 875
- Jacobson 2014, পৃষ্ঠা 4
- Zaefferer 2019, পৃষ্ঠা 1
- ↑ Zaefferer 2019, পৃষ্ঠা 1
- ↑
- Lewis 2012, পৃষ্ঠা 169
- Saeed 2009, পৃষ্ঠা 305–306, 315–317
- Fernández 2014, পৃষ্ঠা 14
টোকা
[সম্পাদনা কৰক]- ↑ The study of meaning structures found in all languages is sometimes referred to as universal semantics.[7]
- ↑ Semantics usually focuses on natural languages but it can also include the study of meaning in formal languages, like the language of first-order logic and programming languages.[8]