আজান পীৰ বঁটা
অৱয়ব
আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।[1]
বঁটা প্ৰাপকৰ তালিকা[1]
[সম্পাদনা কৰক]| বৰ্ষ | বঁটা প্ৰাপকৰ নাম |
|---|---|
| ২০০৪ | ৰেকিবুদ্দিন আহমেদ |
| ২০০৫ | হেম ভাই |
| ২০০৬ | তফজ্জুল আলী |
| ২০০৭ | ড° বীৰেন্দ্ৰ নাথ দত্ত |
| ২০০৮ | ইমৰান ছাহ |
| ২০১৫ | অৰুণ শৰ্মা |
| ২০২১ | ড° অমলেন্দু ভট্টাচাৰ্য |
| ২০২৩ | আনোৱাৰ হুছেইন |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ". সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ. Archived from the original on 2020-12-05. https://web.archive.org/web/20201205220549/https://culturalaffairs.assam.gov.in/as/frontimpotentdata/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: ২৫ জানুৱাৰী, ২০২২.