আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- সাধাৰণ ধাৰণা:
- খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা
- ভাৰতত ব্যৱহাৰ:
- আদিবাসী: ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ
- অনুসূচীত জনজাতি: ভাৰতৰ সংবিধানে জনজাতিসকলক প্ৰদান কৰা ন্যায়িক সংজ্ঞা
- অসমৰ চাহ জনগোষ্ঠী: অসমৰ চাহ জনগোষ্ঠীসকল অসমত আদিবাসী নামেৰেও পৰিচিত
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |