আনন্দৰাম বৰুৱা বঁটা
অৱয়ব
ভাৰতীয় বিদ্যা, সাহিত্য আৰু ভাষাতত্ব অধ্যয়ন, সংস্কৃত ভাষা, আৰু কলা-সংস্কৃতিলৈ অৱদান আগবঢ়োৱা একোজন পণ্ডিতক প্ৰতিবছৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়৷[1] আনন্দৰাম বৰুৱা ভাষা,কলা আৰু সংস্কৃতি সংস্থা (ABILAC )ৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ পোন্ধৰ হাজাৰ টকা আৰু এখন মানপত্ৰ৷ বৰ্তমানলৈকে ১৬ গৰাকী ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে।
আনন্দৰাম বৰুৱা বঁটা বিজয়ীসকল
[সম্পাদনা কৰক]নাম | বৰ্ষ |
---|---|
ৰজনী কান্ত দেৱ শৰ্মা | ১৯৯১ |
আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী | ১৯৯২ |
বিশ্বনৰায়ণ শাস্ত্ৰী | ১৯৯৩ |
বীৰেন্দ্ৰ কুমাৰ ফুকন | ১৯৯৪ |
প্ৰফুল্লদত্ত গোস্বামী | ১৯৯৫ |
যজ্ঞেশ্বৰ শৰ্মা | ১৯৯৬ |
হেৰম্বকান্ত বৰপূজাৰী | ১৯৯৭ |
সত্যেন্দ্ৰ নাথ শৰ্মা | ১৯৯৮ |
যোগেশ্বৰ শৰ্মা | ১৯৯৯ |
মুকুন্দ মাধৱ শৰ্মা | ২০০০ |
গোলোক চন্দ্ৰ গোস্বামী | ২০০১ |
যোগেন্দ্ৰনাৰায়ণ ভূঞা | ২০০৬ |
প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য | ২০০৭ |
হৰিনাথ শৰ্মা দলৈ | ২০১১ |
Bhadanta Sasana Bangsha Mahathera | ২০১২ |
কেশৱানন্দ দেৱ গোস্বামী | ২০১৪ |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Recipients of Anundoram Borooah Award". Anundoram Borooah Institute of Language, Art & Culture, Assam (ABILAC). Archived from the original on 28 June 2017. https://web.archive.org/web/20170628174753/http://abilac.org/page.php?id=Awards/Fellowship। আহৰণ কৰা হৈছে: 22 August 2017.