আফগানিস্তান ক্ৰিকেট বʼৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আফগানিস্তান ক্ৰিকেট ব’ৰ্ড
Sport ক্ৰিকেট
Abbreviation ACB
প্ৰতিষ্ঠা ১৯৯৫
Affiliation আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ
Affiliation date ২২ জুন ২০১৭ (পূৰ্ণাংগ সদস্য)
Regional affiliation এছিয়ান ক্ৰিকেট কাউন্সিল
Affiliation date ২০০১
Location আলোকোজাই কাবুল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, কাবুল
Chairman মিৰৱাইছ আশ্ৰাফ
CEO নাছিব খান
Coach জনাথন ট্ৰট
Sponsor এটিছালাট, আৰ.টি.এ স্পৰ্ট, ফেনকোড, ক্ৰিকহিৰোজ, কাৰ্ডান বিশ্ববিদ্যালয়, ৰাণা টেকনোলজিছ, আৰিয়ানা আফগান এয়াৰলাইন্স[1]
Official website
cricket.af

আফগানিস্তান ক্ৰিকেট ব’ৰ্ড (ইংৰাজী: Afghanistan Cricket Board; পশতু: د افغانستان کرکټ بورډ‎, ফাৰ্চী: کرکت بورد افغانستان) (পূৰ্বৰ আফগানিস্তান ক্ৰিকেট ফেডাৰেচন) হৈছে আফগানিস্তানৰ ক্ৰিকেটৰ চৰকাৰী শাসক সংস্থা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদত আফগানিস্তানৰ প্ৰতিনিধি আৰু ২০১৩ চনৰ জুন মাহৰ পৰা ২০১৭ চনৰ জুন মাহত সম্পূৰ্ণ সদস্য হোৱালৈকে আইচিচিৰ সহযোগী সদস্য আছিল।তাৰ পূৰ্বে ই সংযুক্ত সদস্য আছিল আৰু ২০০১ চনৰ পৰা সেই সংস্থাটোৰ সদস্য আছিল এছিয়ান ক্ৰিকেট কাউন্সিলৰ সদস্যও।

২০২১ চনৰ আগষ্ট মাহত আফগান ৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আব্দুল্লা মাজাৰীৰ সৈতে তালিবানৰ নেতাসকলে এচিবিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়।[2] আৰু ক্ৰিকেট ব’ৰ্ডক সদায়ৰ দৰে কাম-কাজ আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]